• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়া মাত্ৰ ২ মিনিটতে উলিয়াব পাৰিব PF একাউণ্টৰ ধন, জানো আহক কেনেকৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 12:20 pm
pf
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি প্ৰয়োজনত PF একাউণ্টৰ ধন উলিয়াবলৈ গৈ বহুতেই নানান আহুকালৰ সন্মুখীন হ’বলগীয়া হয়।

আবেদন কৰাৰ কিমান দিনৰ ভিতৰত PF একাউণ্টৰ ধন আপোনাৰ হাতত পৰে সেয়া নিশ্চিতকৈ কোনেও কব নোৱাৰে।

Apply Now

PF একাউণ্টৰ ধন উলিওৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা এনে সমস্যা এতিয়া  আৰু নাথাকে।

PFৰ ধন এতিয়া মাত্ৰ ২ মিনিটৰ ভিতৰতে আপুনি উলিওৱাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰে।

হয়,কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিছে যদিও এতিয়া PF একাউণ্টৰ ধন উলিওৱাটো ভাতৰ লগত পানী খোৱাৰ দৰে সহজ কথা হৈ পৰিছে।

PF একাউণ্টৰ ধন মাত্ৰ ২ মিনিটৰ ভিতৰতে উলিওৱাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ  আপুনি মাত্ৰ কেইটামান বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

আপোনাৰ থাকিব লাগিব এটা স্মাৰ্ট ফোন আৰু ইণ্টাৰনেটৰ সংযোগ।

২ মিনিটতে PF একাউণ্টৰ ধনৰ বাবে আবেদন কৰিবলৈ  আপুনি এই প্ৰক্ৰিয়া কেইটা সম্পন্ন কৰক,দেখিব শীঘ্ৰে ধন আহি আপোনাৰ একাউণ্টত সোমাব।পদক্ষেপ কেইটা জানো আহক—

১. প্ৰথমতে আপোনাৰ মোবাইল ফোনত ডাউনলোড কৰক UMANG এপ। ইপিএফৰ সকলো সদস্যই এই এপ ব্যৱহাৰ কৰিব পাৰে।

২. এপটো খোলক আৰু EPFOৰ বাবে ছাৰ্চ কৰক।

৩. ‘Employee Centric’ বুলি থকা অপছনটো বাচনি কৰক।

৪. ‘Raise Claim’ অপছনটো ছিলেক্ট কৰক।

৫. ইয়াৰ পিছত আপুনি আপোনাৰ EPF UAN নম্বৰটো অন্তৰ্ভূক্ত কৰক।যদি আপুনি EPF UAN নম্বৰটো নাজানে তেন্তে আপোনাৰ সংশ্লিষ্ট কোম্পানীৰ পৰা নম্বৰটো জানি লওক।

৬. UAN নম্বৰ দিয়াৰ পিছত আপুনি মোবাইল ফোনত এটা পাছৱৰ্ড লাভ কৰিব।পাছৱৰ্ডটো যথাস্থানত অন্তৰ্ভূক্ত কৰক।

৭. ইয়াৰ পিছত withdrawal type নিৰ্বাচন কৰক,ধনৰ পৰিমাণ অন্তৰ্ভূ্ক্ত কৰক আৰু ছাবমিট বুটামটো টিপক।

৮. আপুনি এটা Claim Reference Number (CRN) নম্বৰ লাভ কৰিব।আপুনি এই নম্বৰটো সযতনে ৰাখিব।

৯. CRN নম্বৰৰ সহায়ত আপুনি কৰা আবেদনৰ অগ্ৰগতিৰ বিষয়ে জানিব পাৰিব।

১০. ইয়াৰ পিছত আপুনি উলিয়াব বিচৰা ধন একাউণ্টত সোমাব।

এইক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ’ল এনেদৰে ধন উলিয়াবলৈ আপুনি সঠিক মতে KYC দিব লাগিব। UAN নম্বৰ আধাৰৰ সৈতে সংযুক্ত কৰিব লাগিব আৰু UMANG এপটোও আধাৰৰ সৈতে সংযুক্ত কৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd