• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ হ’ব পৃথক বড়োলেণ্ড দাবীৰে আন্দোলন; BTR চুক্তিৰ মধ্যস্থতাকাৰীৰ বিস্ফোৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 30, 2020 2:16 pm
WhatsApp Image 2020-08-30 at 1.44.26 PM

বড়োলেণ্ড আন্দোলনৰ ফাইল ফটো।

267
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে BTR চুক্তিৰ নামত প্ৰবঞ্চনা কৰিলে। সেয়েহে পৃথক বড়োলেণ্ড দাবীৰে আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে BTC চুক্তিৰ দুই মধ্যস্থতাকাৰীয়ে।

BTR চুক্তিৰ দুই মধ্যস্থতাকাৰী ক্ৰমে পৃথ্বিৰাজ নাৰায়নদেৱ মেচ আৰু থুলুংগা বসুমতাৰীৰ বিষ্ফোৰক অভিযোগৰে আজি বেলতলাত এক সংবাদমেল সম্বোধন কৰে।

“২৭ জানুৱাৰিত BTR চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু এতিয়া এই চুক্তিৰ ফোপোলা স্বৰূপহে উলাইছে।” সংবাদমেলত এইদৰে মন্তব্য কৰে ৰাজকুমাৰ পৃথিৰাজে।

তেওঁ আৰু কয়, “৩ নং দফা অনুসৰি বড়ো গাওঁ বা জনজাতীয় গাওঁ অন্তৰ্ভুক্ত কৰাৰ কথা আছিল। ইয়াৰ বাবে গঠন কৰিবলগীয়া আয়োগেই ৭ মাহ ধৰি গঠন নহ’ল।

ইপিনে, যিসকল কেডাৰ মূল সুঁতিলৈ উভতি আহিছে তেওঁলোকৰ সংস্থাপনৰ কোনো ব্যৱস্থা লোৱা নাই, ভাট্টা আদি পোৱা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

WhatsApp Image 2020-08-30 at 1.43.26 PM
দুই মধ্যস্থতাকাৰী ক্ৰমে পৃথ্বিৰাজ নাৰায়নদেৱ মেচ আৰু থুলুংগা বসুমতাৰী। ফটো: নৰ্থইষ্ট নাও

আনহাতে, দুই মধ্যস্থতাকাৰীয়ে সংবাদমেলত হুংকাৰ দি কয়, “যদি এনেদৰে চৰকাৰে আমাক অৱহেলা কৰে তেন্তে পুনৰ ডিভাইড আসাম ৫০-৫০ ক’বলৈ বাধ্য হম। No Bodoland No Rest দাবীৰে পুনৰ আন্দোলন আৰম্ভ হ’ব।”

ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ আহ্বান জনাই তেওঁলোকে কয়, “NDFBৰ কেডাৰসকলৰ সকলো গোচৰ উঠাই লওক, ভাট্টা দিয়ক’।

ইয়াৰোপৰি, দুই মধ্যস্থতাকাৰীয়ে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালৰ দ্বাৰস্থ হৈছে বুলি জনাবলৈ দিয়ে।

নৰ্থইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ন্যায়ালয়ত PIL দাখিল কৰিছে বুলি তেওঁলোকে জনায়।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd