• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জলপ্ৰদূষণ, অবাধ চিকাৰৰ বাবে অৱলুপ্তিৰ পথত ব্ৰহ্মপুত্ৰৰ শিহু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 2:28 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ব্ৰহ্মপুত্ৰত এটা সময়ত উভৈনদী হৈ থকা গঙ্গা নদীৰ ডলফিন অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ শিহু শেহতীয়াভৱে উদ্বেগজনক হাৰত দ্ৰুত গতিত কমি অহা পৰিলক্ষিত হৈছে। এই হাৰত ইয়াৰ সংখ্যা কমি থাকিলে এই সুন্দৰ প্ৰাণীটো অদূৰ ভৱিষ্যতে বিলুপ্ত হোৱাৰ শংকা কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।

স্থানীয় মাছমৰীয়াসকলৰ মতে বিগত বছৰকেইটাত ব্ৰহ্মপুত্ৰৰ শিহুৰ সংখ্যা লক্ষণীয়ভাৱে কমি আহিছে।

Apply Now

সাংবাদিকৰ আগত এজন মাছমৰীয়াই প্ৰকাশ কৰা মতে পাণ্ডুৰ পৰা গোৱালপাৰালৈকে এই সুদীৰ্ঘ জলৰাশিত মাছ মৰাৰ সময়ত তেওঁলোকে এসময়ত যথেষ্ট সংখ্যক শিহু দেখা পাইছিল যদিও বৰ্তমান সেইদৰে দেখা নাপায়।

সচেতন মহলে এইক্ষেত্ৰত তৎকালীনভাৱে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে অতি বিৰল প্ৰজাতিৰ এই শিহু নিঃশেষ হৈ যোৱাৰ আশংকা কৰিছে।

ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষিত হোৱাটোৱেই ব্ৰহ্মপুত্ৰৰ শিহুৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ বুলি মাছমৰীয়াসকলে ক’ব খোজে।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কামৰূপ জিলাৰ ছিমানা গাঁৱৰ পৰা বালাগাঁৱৰ মাজৰ ব্ৰহ্মপুত্ৰৰ জলভাগত ১২টা শিহু দেখা পোৱা গৈছিল যদিও এই বছৰ সিহঁতৰ অধিক সংখ্যকেই নোহোৱা হৈছে।

আইনুল আলী নামৰ মাছমৰীয়াজনে জানিবলৈ দিয়া মতে এই বছৰ শিহুৰ এটিও পোৱালি দেখিবলৈ পোৱা নাই।

শিহুৰ পোৱালিবোৰ হয়তো চোৰাং চিকাৰীৰ হাতত নিধন হৈছে, জালত বান্ধ খাই মৰা পৰিছে বা পানীত থকা বোকা-মাটিৰ আধিক্যৰ বাবে মৃত্যু হোৱা বুলি ধাৰণা কৰা গৈছে।

সুদীৰ্ঘ ৫০ বছৰৰ ব্ৰহ্মপুত্ৰত মাছ মৰা অভিজ্ঞতা থকা হাছমত আলী নামৰ মাছমৰীয়াজনে কৈছে যে যোৱা বছৰ কামৰূপ জিলাৰ পলাশবাৰীৰ ছিমানা গাঁৱৰ পৰা বালাগাঁৱৰ মাজৰ ব্ৰহ্মপুত্ৰৰ জলভাগত ১০টা শিহু দেখা পোৱা গৈছিল যদিও এই বছৰ সিহঁতৰ ৪ বা ৫টাক হে দেখা পোৱা গৈছে।

আন কিছুমান বিশেষজ্ঞৰ মতে জল প্ৰদূষণৰ বাবে ব্ৰহ্মপুত্ৰৰ শিহুবোৰে নিৰাপদ জলভূমিলৈ গুচি গৈছে।

এগৰাকী বিশেষজ্ঞই কয় যে যদিও তেওঁৰ হাতত নিশ্চিত তথ্য নাই তথাপি নদীবান্ধ নিৰ্মাণ আৰু ঔদ্যোগিক প্ৰদূষণ ব্ৰহ্মপুত্ৰৰ পানীত মিহলি হোৱাটোৱেই ব্ৰহ্মপুত্ৰৰ শিহুৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰধান কাৰণ।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ শিহু (Platanista gangetica)  বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ আইনৰ নিয়মাৱলী-১ অনুযায়ী বিপদাপন্ন প্ৰজাতিৰ তালিকাভুক্ত কৰা আছে আৰু ইয়াৰ চিকাৰ নিষিদ্ধ।

প্ৰকৃতি সংৰক্ষণৰ হকে আন্তৰ্জাতিক সংস্থাই  (IUCN) প্ৰকাশ কৰা বিপদাপন্ন প্ৰাণীৰ ৰে’ড লিষ্টত ব্ৰহ্মপুত্ৰৰ শিহুক বিশ্বৰ এটি বিপদাপন্ন স্তন্যপায়ী জলজন্তু হিচাপে তালিকভুক্ত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd