• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনৱ আৱিস্কাৰ! ইন্ধন নহয়, বতাহতে চলিব যি গাড়ী এবাৰত ৪০০ কিলোমিটাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 12:53 pm
Hydrogen car

ফটো সৌজন্য: autocar

574
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল-ডিজেলৰ উৎস হ্ৰাস পাই অহাৰ সময়ত ইন্ধন হিচাপে বিকল্প শক্তিৰ ব্যৱহাৰ ক্ৰমে বৃদ্ধি পাবলৈ লৈছে।

গাড়ী নিৰ্মাণকাৰী সংস্থাসমূহে বিশেষকৈ বেটাৰিচালিত শক্তিৰ ব্যৱহাৰ কৰাৰ দিশে অধিক মনযোগ দিছে।

ইয়াৰ মাজতে এইবাৰ বজাৰলৈ আহিবলৈ সাজু হৈছে বতাহচালিত গাড়ী অৰ্থাৎ হাইড্ৰ’জেন কাৰ।

অবিশ্বাস্য যেন লাগিলেও এয়া সত্য। পৰম্পৰাগত ইন্ধনৰ পৰা সকাহ পোৱাৰ এয়াই এক বিকল্প।

বিশেষজ্ঞসকলৰ মতে সময়ত এই হাইড্ৰ’জেনে খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ দৰে প্ৰতিদ্বন্দ্বীসকলক অতিক্ৰম কৰি যাব।

এই গাড়ী অৱশ্যে অহা বছৰলৈহে ক্ৰয় কৰিব পৰা হ’ব। ইয়াৰ দাম পৰিব প্ৰায় ৬০ হাজাৰ য়ুৰো অর্থা ভাৰতীয় মূল্যত প্ৰায় ৫৮লাখ টকা।

হাইড্ৰ’জেন কাৰ বা হাইড্ৰ’জেনত চলা এনে গাড়ী অফিচ কাৰ হিচাপেও ব্যৱহাৰ কৰা যাব। কিয়নো ইন্ধন লোৱাৰ সময় যেনেদৰে কম তেনেদৰে এবাৰ টেংকি ভৰ্তি কৰালে বহুদূৰ যাব পৰা যায়।

ব্যক্তিগতভাৱে গ্ৰাহকসকলেও এই গাড়ীৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে।

এই গাড়ীৰ একজ্যষ্টত কোনো ধোঁৱা নাই, মাথোঁ ফুট ফুট পানী নিসৰিব।গাড়ীৰ কোনো শব্দ নোহোৱাৰ লগতে এবাৰ টেংকি ভৰালে ৪০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা যাব।

আনহাতে, হাইড্ৰ’জেন উৎপাদনৰ ক্ষেত্ৰত ‘লিন্ডে’ কোম্পানী হৈছে অন্যতম। বিগত বহু বছৰ ধৰি কোম্পানীটোৱে নতুন প্ৰযুক্তিত বিনিয়োগ কৰি আহিছে।

এক অত্যন্ত জটিল প্ৰযুক্তিৰ এই কামটোত লিণ্ডেই মনোনিৱেশ কৰি আহিছে। কোটি কোটে য়ুৰোৰ ব্যৱসায়ৰ সম্ভাৱনা থকা এখন বজাৰৰ বাবে ‘লিন্ডে’ই ইতিমধ্যে এটা ‘পিলিং প্লেন্ট’ নিৰ্মাণ কৰিছে।

আগন্তুক কেইবছৰৰ ভিতৰত হাইড্ৰ’জেন কাৰে বিশেষকৈ য়ুৰোপত এখন ভাল বজাৰ দখল কৰাৰ সম্ভাৱনা দেখা গৈছে।

Recent News

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd