• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰচলিত ধাৰণাত ‘আনলাকি ১৩’ কেনেকৈ প্ৰনব মুখাৰ্জীৰ বাবে হৈ পৰিছিল লাকী নম্বৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2020 7:51 am
Pranab_Mukherjee_1527618521

প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জী। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে দেশৰ প্ৰাক্তন ৰা্ষ্ট্ৰপতি ভাৰতৰত্ন প্ৰনব মুখাৰ্জীৰ দেহাৱসান ঘটে। ভাৰতৰ ৰাজনীতিৰ চানক্য হিচাপে পৰিচিত মুখাৰ্জীৰ বৰ্ণাঢ্য জীৱন এক ঈৰ্ষণীয় সাফল্য আৰু আদৰ্শৰ মাজেৰে প্ৰৱাহিত হৈছিল।

সাধাৰণতে ১৩ নম্বৰ সংখ্যাটো সকলোৱেই আনলাকি বা দুৰ্ভাগ্যসূচক সংখ্যা হিচাপে মানি আহিছে। আনকি এই সংখ্যাটোৰ বাবেই বহুতে নিজৰ পথ পৰিক্ৰমা সলনি কৰিবলৈকো সাজু হৈ পৰে।

Apply Now

কিন্তু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীৰ বাবে এই সংখ্যাটো যেন আছিল সৌভাগ্যৰ প্ৰতীক।

ভাৰতৰত্ন মুখাৰ্জীৰ এই ১৩ সংখ্যাৰ সৈতে বহু সু-সংযোগ ঘটিছে। ১৯৫৭চনৰ ১৩ জুলাইত প্ৰনব মুখাৰ্জীয়ে বিবাহৰ জৰিয়তে তেওঁৰ যুগ্ম জীৱন আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত সাংসদ প্ৰনব মুখাৰ্জীৰ কাৰ্যালয়ৰ নম্বৰো আছিল ১৩।

ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে প্ৰনব মুখাৰ্জী যিটো ঘৰত আছিল তাতো ১৩ সংখ্যাৰ যোগ আছিল। সেই ঘৰৰ ঠিকনা আছিল- ১৩, তালকাটোৰা ৰ’ড।

কেবিনেট মন্ত্ৰী হিচাপে প্ৰট’কল অনুসৰি টাইপ আঠ বাংলো পালেও সেই তালকাটোৰাৰ টাইপ সাত বাংলোতেই আছিল তেওঁৰ পৰিয়াল।

সেই বাংলো প্ৰনব মুখাৰ্জীৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সাক্ষী হৈ ৰৈছে। মুখাৰ্জীৰ পৰিয়ালে সেই বাংলোটোক সৌভাগ্যসূচক বুলি বিশ্বাস কৰিছিল।

আনকি প্ৰনব মুখাৰ্জী প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ পাছতো সেই বাংলো এৰি যাবলৈ ৰাজী নহ’ল মুখাৰ্জীৰ পত্নী শুভ্ৰা দেৱী। সম্পূৰ্ণ ১৭ বছৰ  পৰিয়ালৰ সৈতে সেই বাংলোত কটাইছিল প্ৰনব মুখাৰ্জীয়ে।

ইয়াৰ পাছত ২০১২ চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ সেই ঘৰ এৰিবলগীয়া হৈছিল।

কিন্তু এইবাৰো ‘আনলাকি ১৩’য়ে প্ৰনব মুখাৰ্জীৰ সৌভাগ্যৰ সংগ এৰা দিয়া নাছিল। কিয়নো তেওঁ আছিল দেশৰ ১৩ সংখ্যক ৰাষ্ট্ৰপতি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd