• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ ৰূপৰেখা বৰুৱাৰ লগতে ৩০ গৰাকী সাংস্কৃতিক কৰ্মীলৈ ‘ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা বৰলুইত এৱাৰ্ড ২০২০

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2020 8:17 pm
a7b2e97f-89ba-46d1-9494-a140025536ef
628
VIEWS
Share on FacebookShare on Twitter

দিহা নামৰ লগতে অন্যান্য লোকসংগীতৰ চৰ্চা কৰি থকা শিৱসাগৰ জিলাৰ কোঁৱৰবাৰীচোৱা গাঁৱৰ ৰূপৰেখা বৰুৱালৈ আগবঢ়োৱা হৈছে পঞ্চম সংখ্যক ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা বৰলুইত এৱাৰ্ড ২০২০।

তেওঁৰ লগতে সমাজৰ অন্যান্য ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জৰিত মুঠ ৩০ গৰাকী সাংস্কৃতিক কৰ্মীলৈ আগবঢ়োৱা হৈছে এই সন্মান।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত তেওঁলোকক বঁটা প্ৰদান কৰে মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, সংগীত শিল্পী মনীষা হাজৰিকা আৰু মঞ্জুলা হাজৰিকাই।

সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থা চমুকৈ ‘আকু’ৱে এই সন্মান আগবঢ়ায় সাংস্কৃতিক কৰ্মীসকললৈ।

উল্লেখযোগ্য যে, ৰং চেনেলৰ সদৌ অসম ভিত্তিত আয়োজিত দিহা নাম প্ৰতিযোগিতাত ৰূপৰেখাৰ নেতৃত্বত জয়াদলং মহিলা সমাজে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ লগতে ৰূপৰেখা বৰুৱাই শ্ৰেষ্ঠ নামতিৰ খিতাপ অৰ্জন কৰিছিল।

ইয়াৰোপৰি, জিলা পৰ্যায়ত অনুষ্ঠিত বহুকেইটা প্ৰতিযোগিতাত ৰূপৰেখা বৰুৱাৰ দিহা নামৰ দলটোৱে শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

ৰাজ্যিক পৰ্যায়ত এই সন্মান লাভ কৰি যথেষ্ট আনন্দিত ৰূপৰেখা বৰুৱা।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰুৱাই কয় ‘মই দিহা নামৰ লগতে লোকসংগীতৰ লগতো জড়িত। মোৰ দেউতাও লোকসংগীতৰ সৈতে জড়িত আছিল। দেউতাৰ বহু আশা তথা সপোন ৰৈ গৈছিল। গতিকে দেউতাৰ মনৰ যি আশা সেয়া মই পূৰণ কৰাৰ বাবে চেষ্টা কৰি যাম। ভৱিষ্যতলৈ দিহা নামৰ লগতে লোকসংগীতৰ ক্ষেত্ৰখনৰ লগত নিজকে জড়িত ৰাখি আগুৱাই যাবলৈ চেষ্টা কৰিম।‘

ইপিনে, আজিৰ দিনটোতে উক্ত অনুষ্ঠানৰ লগতে ১২ সংখ্যক নেৱক’ছ মেডিয়া এৱাৰ্ড অনুষ্ঠানো অনুষ্ঠিত হোৱাৰ উপৰিও ইমানুৱেল নামৰ চলচ্চিত্ৰখন শুভ মুহুৰত অনুষ্ঠিত হয়।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd