• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ ৰূপৰেখা বৰুৱাৰ লগতে ৩০ গৰাকী সাংস্কৃতিক কৰ্মীলৈ ‘ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা বৰলুইত এৱাৰ্ড ২০২০

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2020 8:17 pm
a7b2e97f-89ba-46d1-9494-a140025536ef
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিহা নামৰ লগতে অন্যান্য লোকসংগীতৰ চৰ্চা কৰি থকা শিৱসাগৰ জিলাৰ কোঁৱৰবাৰীচোৱা গাঁৱৰ ৰূপৰেখা বৰুৱালৈ আগবঢ়োৱা হৈছে পঞ্চম সংখ্যক ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা বৰলুইত এৱাৰ্ড ২০২০।

তেওঁৰ লগতে সমাজৰ অন্যান্য ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জৰিত মুঠ ৩০ গৰাকী সাংস্কৃতিক কৰ্মীলৈ আগবঢ়োৱা হৈছে এই সন্মান।

Apply Now

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত তেওঁলোকক বঁটা প্ৰদান কৰে মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, সংগীত শিল্পী মনীষা হাজৰিকা আৰু মঞ্জুলা হাজৰিকাই।

সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থা চমুকৈ ‘আকু’ৱে এই সন্মান আগবঢ়ায় সাংস্কৃতিক কৰ্মীসকললৈ।

উল্লেখযোগ্য যে, ৰং চেনেলৰ সদৌ অসম ভিত্তিত আয়োজিত দিহা নাম প্ৰতিযোগিতাত ৰূপৰেখাৰ নেতৃত্বত জয়াদলং মহিলা সমাজে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ লগতে ৰূপৰেখা বৰুৱাই শ্ৰেষ্ঠ নামতিৰ খিতাপ অৰ্জন কৰিছিল।

ইয়াৰোপৰি, জিলা পৰ্যায়ত অনুষ্ঠিত বহুকেইটা প্ৰতিযোগিতাত ৰূপৰেখা বৰুৱাৰ দিহা নামৰ দলটোৱে শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

ৰাজ্যিক পৰ্যায়ত এই সন্মান লাভ কৰি যথেষ্ট আনন্দিত ৰূপৰেখা বৰুৱা।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰুৱাই কয় ‘মই দিহা নামৰ লগতে লোকসংগীতৰ লগতো জড়িত। মোৰ দেউতাও লোকসংগীতৰ সৈতে জড়িত আছিল। দেউতাৰ বহু আশা তথা সপোন ৰৈ গৈছিল। গতিকে দেউতাৰ মনৰ যি আশা সেয়া মই পূৰণ কৰাৰ বাবে চেষ্টা কৰি যাম। ভৱিষ্যতলৈ দিহা নামৰ লগতে লোকসংগীতৰ ক্ষেত্ৰখনৰ লগত নিজকে জড়িত ৰাখি আগুৱাই যাবলৈ চেষ্টা কৰিম।‘

ইপিনে, আজিৰ দিনটোতে উক্ত অনুষ্ঠানৰ লগতে ১২ সংখ্যক নেৱক’ছ মেডিয়া এৱাৰ্ড অনুষ্ঠানো অনুষ্ঠিত হোৱাৰ উপৰিও ইমানুৱেল নামৰ চলচ্চিত্ৰখন শুভ মুহুৰত অনুষ্ঠিত হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd