• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিমান সুৰক্ষিত হেণ্ড চেনিটাইজাৰ?: চেনিটাইজাৰে কঢ়িয়াই আনিব পাৰে মাৰাত্মক বিপদ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2020 5:54 pm
sanitize--jpg_710x400xt
415
VIEWS
Share on FacebookShare on Twitter

কিমান সুৰক্ষিত হেণ্ড চেনিটাইজাৰ? ক’ৰ’ণা কালত গলৰ মণিৰ দৰে হৈ পৰা চেনিটাইজাৰে আনিব পাৰে নেকি আপোনাৰ জীৱনলৈ বিপদ?

যদি আনে! কেনেকৈ আনিব পাৰে সেই বিপদ?

চিজিএছআই-এ জনাইছে যে হেণ্ড চেনিটাইজাৰে আপোনালৈ কঢ়িয়াই আনিব পাৰে মাৰাত্মক বিপদ।

চিজিএছআই-ৰ এক সমীক্ষাত ধৰা পৰিছে যে বেছিভাগ চেনিটাইজাৰতে মিহলোৱা থাকে বিষাক্ত মিথানল।

চেনিটাইজাৰত মিথানল মিহলোৱা থাকিলেও নিৰ্মাণকাৰী প্ৰতিষ্ঠানবোৰে বটলৰ লেবেলত মিথানল মিহলোৱাৰ কথা নিলিখে। এই অভিযোগ কৰিছে চিজিএছআই-এ।

ফলত ইয়ে শৰীৰক ক্ষতি কৰাৰ উপৰিও চকুৰ দৃষ্টিও লোপ কৰি পাৰে মানুহৰ।

আনহাতে কিছুমান চেনিটাইজাৰতত ক্ষতিকৰ এলক’হল মিহলোৱা হয়। ইয়ো মানুহৰ শৰীৰক ক্ষতি কৰিব পাৰে।

সমীক্ষাত ধৰা পৰিছে যে কিছুমান চেনিটাইজাৰতহে ইথানল ব্যৱহাৰ কৰা হয়। ইথানলতকৈ মিথানলৰ বজাৰ মূল্য কম হোৱাৰ বাবে চেনিটাইজাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰে মিথানল ব্যৱহাৰ কৰে বুলি জনাইছে চিজিএছআই-এ।

৩১ আগষ্টত প্ৰকাশ কৰা চিজিএছআই-ৰ সমীক্ষাত এই ভয়ানক তথ্য পোহৰলৈ আহিছে।

উল্লেখ্যে যে মিথানল মিহলোৱা চেনিটাইজাৰ ব্যৱহাৰৰ ফলত মানুহৰ মূৰৰ বিষ, বমি, অন্ধত্ব, অজ্ঞান হৈ যোৱাৰ লগতে ক’মালৈ যোৱাৰ দৰে পৰিস্থিতিয়ো উদ্ভৱ হ’ব পাৰে!

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd