• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিমান সুৰক্ষিত হেণ্ড চেনিটাইজাৰ?: চেনিটাইজাৰে কঢ়িয়াই আনিব পাৰে মাৰাত্মক বিপদ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2020 5:54 pm
sanitize--jpg_710x400xt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিমান সুৰক্ষিত হেণ্ড চেনিটাইজাৰ? ক’ৰ’ণা কালত গলৰ মণিৰ দৰে হৈ পৰা চেনিটাইজাৰে আনিব পাৰে নেকি আপোনাৰ জীৱনলৈ বিপদ?

যদি আনে! কেনেকৈ আনিব পাৰে সেই বিপদ?

Apply Now

চিজিএছআই-এ জনাইছে যে হেণ্ড চেনিটাইজাৰে আপোনালৈ কঢ়িয়াই আনিব পাৰে মাৰাত্মক বিপদ।

চিজিএছআই-ৰ এক সমীক্ষাত ধৰা পৰিছে যে বেছিভাগ চেনিটাইজাৰতে মিহলোৱা থাকে বিষাক্ত মিথানল।

চেনিটাইজাৰত মিথানল মিহলোৱা থাকিলেও নিৰ্মাণকাৰী প্ৰতিষ্ঠানবোৰে বটলৰ লেবেলত মিথানল মিহলোৱাৰ কথা নিলিখে। এই অভিযোগ কৰিছে চিজিএছআই-এ।

ফলত ইয়ে শৰীৰক ক্ষতি কৰাৰ উপৰিও চকুৰ দৃষ্টিও লোপ কৰি পাৰে মানুহৰ।

আনহাতে কিছুমান চেনিটাইজাৰতত ক্ষতিকৰ এলক’হল মিহলোৱা হয়। ইয়ো মানুহৰ শৰীৰক ক্ষতি কৰিব পাৰে।

সমীক্ষাত ধৰা পৰিছে যে কিছুমান চেনিটাইজাৰতহে ইথানল ব্যৱহাৰ কৰা হয়। ইথানলতকৈ মিথানলৰ বজাৰ মূল্য কম হোৱাৰ বাবে চেনিটাইজাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰে মিথানল ব্যৱহাৰ কৰে বুলি জনাইছে চিজিএছআই-এ।

৩১ আগষ্টত প্ৰকাশ কৰা চিজিএছআই-ৰ সমীক্ষাত এই ভয়ানক তথ্য পোহৰলৈ আহিছে।

উল্লেখ্যে যে মিথানল মিহলোৱা চেনিটাইজাৰ ব্যৱহাৰৰ ফলত মানুহৰ মূৰৰ বিষ, বমি, অন্ধত্ব, অজ্ঞান হৈ যোৱাৰ লগতে ক’মালৈ যোৱাৰ দৰে পৰিস্থিতিয়ো উদ্ভৱ হ’ব পাৰে!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am
হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd