• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰ্থ ইষ্ট নাওৰ বাতৰিৰ পাছতে তৎপৰ বিদ্যুৎ বিভাগ : বিজুলী-বাতিৰ পোহৰ দেখিলে জাঁজীবাসীয়ে

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
September 3, 2020 12:01 pm
Screenshot_2020-08-30-17-00-36_1
239
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনে পিছত বিজুলী-বাতিৰ পোহৰৰ মুখ দেখিলে জাঁজীমুখৰ কুমলীয়া চাপৰিবাসীয়েl

প্ৰায় দহ বছৰৰ পূৰ্বে যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ কুমলীয়া চাপৰিৰ গড়াখহনীয়াত বিধ্বস্ত ৩৩ টা পৰিয়ালক সংস্থাপন দিয়া হৈছিল গড়খাৱৈৰ ফুকনবাৰীত।

এই ফুকনবাৰীত সংস্থাপন দিয়া পৰিয়ালকেইটাক চৰকাৰী বিভিন্ন সা সুবিধা দিয়াৰ সমান্তৰালকৈ সৌভাগ্য আঁচনি জৰিয়তে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছিল।

কিন্তু বিগত সময়ছোৱাত বিদ্যুৎ সংযোগ নকৰিলে বিদ্যুৎ বিভাগে।

ট্ৰেঞ্চফৰমাৰ, খুঁটা, তাঁৰ তথা ঘৰে ঘৰে মিটাৰো সংস্থাপন কৰিলে কিন্তু পোহৰহে নাহিল।

বহুবাৰ উৰ্ধতম কৰ্তৃপক্ষক আবেদন নিবেদন জনোৱাৰ পাছতো গা লৰা নাছিল বিদ্যুত বিভাগৰ।

কিন্তু টীয়কৰ নৰ্থ ইষ্ট নাওৰ লগতে বিভিন্ন সংবাদ মাধ্যমত ৰাইজৰ এই দুৰ্দশাৰ ছবিখন ধাৰাবাহিকভাবে বাতৰি পৰিবেশনৰ জড়িয়তে বিভাগীয় কৰ্তৃপক্ষ তথা উৰ্ধতম মহলৰ দৃষ্টি আকৰ্ষণ কৰোলৱা হয়।

ৰ্থ ইষ্ট নাওৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই বিদ্যুৎ সংযোগ লাভ কৰিলে কুমলীয়া চাপৰিবাসীয়ে।

কালি যোৱা দহটা বছৰে হৈ নুঠা এটা বৃহৎ সাফল্য পালে দুৰ্ভগীয়া পৰিয়ালকেইটাই। ঘৰে ঘৰে লাইট জ্বলিল। আনন্দত আত্মহাৰা গাঁৱবাসী।

এই সফলতাত সহায় কৰাৰ বাবে গড়খাৱৈৰ ফুকনবাৰীৰ ৰাইজে ৰ্থ ইষ্ট নাওৰ লগতে বিভিন্ন সংবাদ মাধ্যমক ধন্যবাদ জনাইছে।

Recent News

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd