• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত কৰ’নাৰ ‘ছেকেণ্ড ৱেভ’ আৰম্ভ; উদ্বিগ্নতা প্ৰকাশ কৰি এইমছৰ সঞ্চালকে ক’লে এই কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2020 11:06 am
554115-randeep-new-750x375

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

670
VIEWS
Share on FacebookShare on Twitter

ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। দেশত ইতিমধ্যে আক্ৰান্তৰ সংখ্যাই ৪০লাখ অতিক্ৰম কৰিছে।

সংক্ৰমণৰ ফালৰ পৰা আমেৰিকা আৰু ব্ৰাজিলৰ পাছতে আছে ভাৰত। ইয়াৰ মাজতে নতুন এক উদ্বিগ্নতাৰ কথা প্ৰকাশ কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

‘ইণ্ডিয়া টুডে’ক দিয়া এক সাক্ষাৎকাৰত গুলেৰিয়াই ভাৰতৰ কোনো কোনো স্থানত কৰ’নাৰ ছেকেণ্ড ৱেভ আৰম্ভ হোৱা বুলি দাবী কৰিছে।

তেওঁ কয় যে ভাৰতৰ কিছু কিছু ঠাইত ছেকেণ্ড ৱেভ দেখা গৈছে। সেই ঠাইসমূহত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে।

ইয়াৰ আঁৰত কেইবাটাও কাৰণ থাকিব পাৰে বুলি উল্লেখ কৰিছে ডাঃ গুলেৰিয়াই।

প্ৰথমতে টেষ্টিং বঢ়োৱা হৈছে আৰু প্ৰতিদিনে প্ৰায় ১০ লাখ টেষ্টিং হৈছে। ইয়াৰ ফলত সেই স্থানসমূহত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে।

ইয়াৰ লগতে সাধাৰণ নাগৰিকৰ সতৰ্কতাৰ অভাৱৰ কথাও তেওঁ উনুকিয়াইছে।

ডাঃ গুলেৰিয়াই কয় যে প্ৰথমতে মানুহবোৰে সতৰ্কতা অৱলম্বন কৰিছিল যদিও এইটো সেয়া ধৰি ৰখা নাই। বহুতেই ধৈৰ্য হেৰুৱাইছে বুলি উল্লেখ কৰি তেওঁ বহু ঠাইত মানুহে মাস্ক নিপিন্ধাৰ লগতে ভিৰ বা সমাৱেত হ’বলৈ লৈছে বুলি কয়।

আনহাতে ডাঃ গুলেৰিয়াই অনুমান কৰে যে ২০২১ৰ প্ৰথম ভাগলৈ এই অতিমাৰীৰ প্ৰভাৱ থাকিব। তেওঁ অহা বৰ্ষত সংক্ৰমণৰ সংখ্যা কিছু কমাৰ লগতে অহা বছৰটোতে তেওঁ অতিমাৰীৰ সমাপ্তিও দেখা পাইছে।

ভাৰতত তিনিটা ভেকচিনৰ ট্ৰায়েল চূড়ান্ত পৰ্যায়ত থকাৰ কথা জানিব দি ডাঃ গুলেৰিয়াই এই ভেকচিন কিমান সুৰক্ষিত সেই বিষয়তহে গুৰুত্ব দিয়াৰ কথা কয়।

Tags: COVID-19

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd