• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেমুৱেলৰ বিস্ফোৰক স্বীকাৰোক্তি : ৰিয়া আৰু শৌভিকৰ নিৰ্দেশতে সুশান্তলৈ ড্ৰাগছৰ যোগান ধৰিছিল

ড্ৰাগছ যোগানত জড়িত থকাৰ অভিযোগত ৰীয়া চক্ৰৱৰ্তীকো গ্ৰেপ্তাৰ কৰিব পাৰে NCBএ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2020 2:40 pm
Sushant-Singh-Rajput
658
VIEWS
Share on FacebookShare on Twitter

এক ৰহস্যঘন হলিউদী চিনেমাৰ দৰে সঘনে চিত্ৰপত সলনি হৈছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ঘটনাৰ।

চিবিআই-এ তদন্তৰ দায়িত্বভাৰ লোৱাৰ পিছতে সুশান্ত হত্যাৰ সৈতে নিষিদ্ধ ড্ৰাগছ সৰবৰাহ তথা সংযোগৰ ধৰা পেলায়।

ইয়াৰ পিছতে নাৰকোটিক্স কণ্ট্ৰ’ল ব্যুৰ’ৰ(NCB)এ ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত সুশান্তৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু প্ৰাক্তন হাউছ মেনেজাৰ চেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছে।

NCBএ ধৃত দুয়োকে শনিবাৰে আদালতত হাজিৰ কৰোৱাইছে।

Mumbai: Showik Chakraborty, Samuel Miranda, Zaid and Kaizen Ibrahim brought to Sion Hospital for medical examination https://t.co/P2KCwd8EPD pic.twitter.com/aepoHZi5b4

— ANI (@ANI) September 5, 2020

দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পিছত চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। অৱশ্যে এই পৰীক্ষা মাদক দ্ৰব্য সম্পৰ্কিত পৰীক্ষা নহয় বুলি দাবী কৰি NCBএ বিষয়াসকলে এয়া কোভিড টেষ্ট বুলিহে জানিবলৈ দিয়ে।

সুশান্তৰ প্ৰাক্তন হাউছ মেনেজাৰ চেমুৱেল মিৰাণ্ডাই যোৱা শুকুৰবাৰে তদন্তকাৰী বিষয়াৰ আগত ড্ৰাগছ যোগানৰ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

আনকি চেমুৱেলে তদন্তকাৰী বিষয়াৰ আগত ৰীয়া আৰু ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ নিৰ্দেশত সুশান্তৰ বাবে নিষিদ্ধ ড্ৰাগছ যোগান ধৰা বুলি স্বীকাৰ কৰিছে।

চেমুৱেলছৰ এই স্বীকাৰোক্তিৰ ভিত্তিতে NCBএ শৌভিক চক্ৰৱৰ্তী আৰু চেমুৱেলছক গ্ৰেপ্তাৰ কৰিছে।

ইফালে খুব সোনকালে এই একেটা অভিযোগতে ৰীয়া চক্ৰৱৰ্তীকো NCBএ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

NCBএ ইতিমধ্যে ৰীয়াৰ মোবাইল ফোনটো বাজেয়াপ্ত কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ইফালে NCBৰ এই তৎপৰতাত সন্তোষ প্ৰকাশ কৰিছে সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে। নিজৰ টুইটাৰ একাউন্টত এক টুইট কৰি শ্বেতাই কয়, “ভাল কমা কৰিছে… ঈশ্বৰক ধন্যবাদ। খুব ভাল আৰম্ভণি NCBৰ।”

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd