• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত ৫৯ সংখ্যক শিক্ষক দিৱস উদযাপন

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
September 5, 2020 7:53 pm
kkjk
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 মৰণব্যাধি ক’ৰনা পৰিস্থিতিৰ মাজত সমগ্ৰ দেশৰ লগত সামঞ্জস্য ৰাখি আজি পাহাৰীয়া ডিমা হাছাও জিলাত ৫৯ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়।

হাফলঙৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অডিট’ৰিয়ামত জিলা পৰ্যায়ত শিক্ষক দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।

Apply Now

পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ ইএম নন্দিতা গার্লছা।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ শিক্ষা বিভাগৰ সচিব এল জেদ নাম্পুই আৰু ডিমা হাছাও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল দাস, বিদ্যালয় সমূহৰ পৰিদৰ্শক বীৰেন সিং ইংতি, জিলা একাডেমী কাউন্সিল সচিব কৃষ্ণা ছেত্ৰী, হাফলং চৰকাৰী কলেজৰ অধ্যক্ষ ডা: মিজানুৰ ৰহমান, হাফলং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সমীৰ মজুমদাৰ আদি ব্যক্তিসকল।

অনুষ্ঠানৰ আৰম্ভণিত ড.সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিত পুষ্পাৰ্ঘ নিবেদন কৰে প্ৰধান অতিথিৰ লগতে আন আন অতিথি আৰু শিক্ষক সকলে।

অনুষ্ঠানত হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা তিনিখন বিদ্যালয় ক্ৰমে চেন্ট এগনেছ এইছ এছ স্কুল,ডনবস্ক’ এইচ্ছ এছ স্কুল আৰু উমৰাংছু হাইস্কুল প্ৰধানক পুৰস্কাৰ হিচাবে মেমেন্ট’ দিয়া হয়।

একে দৰে হাফলং চৰকাৰী কলেজ আৰু উমৰাংছুৰ জে বি হাগজেৰ মেম’ৰিয়াল কলেজৰ অধ্যক্ষক উক্ত পুৰস্কাৰ তুলি দিয়া হয়।

ইয়াৰ উপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল কৰা ১২ গৰাকী আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত  ভাল ফলাফল প্ৰদৰ্শন কৰা ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

প্ৰধান অতিথি পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ইএম নন্দিতা গার্লছায় জিলাৰ শিক্ষক সমাজক শিক্ষক দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি কয় যে শিক্ষকতাই এনে এখন পেছা যত আজিৰ দিনতো সম্মান আছে।

তেওঁ কয় শিক্ষকই এটা জাতি তথা এখন সভ্য সমাজৰ মেৰুদণ্ড।

  আমি আজি এক কঠিন পৰিস্থিতিৰ মাজেৰে যাব লগা হৈছে যদিও কিন্তু শিক্ষক সমাজে অনলাইন ব্যবস্থাৰে পাঠদানত লাগি আছে।

আগতে আমি ছাত্ৰ ছাত্ৰী বা নিজ সন্তানক মোবাইল ফোনৰ পৰা আঁতৰাই ৰাখিছিলো। কিন্তু আজি আমি অনলাইন শ্ৰেণীৰ কাৰণে তেওঁলোকৰ হাতত মোবাইল ফোন তুলি দিব লগা হৈছে।

তেওঁ লগতে কেন্দ্ৰ চৰকাৰৰ নতুন শিক্ষা নীতিক লৈ আশা ব্যক্ত কৰি কয় যে ইয়াৰ পৰা ছাত্ৰ সমাজ উপকৃত হ’ব।

কাৰণ ৩৬ বছৰ পাছত নতুন শিক্ষা আহি আছে।অনুষ্ঠানত বক্তব্য ৰাখে প্ৰধান সচিব অমিতাভ ৰাজখোৱা, এল জেদ নাম্পুই, বীৰেন সিং ইংতিয়েও।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd