• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ ছহিদক লৈ মানৱ অধিকাৰ আয়োগৰ গুৰুত্বপূৰ্ণ ৰায়

ৰাজ্য চৰকাৰক দিলে এমাহৰ সময়সীমা, অন্যথা ক্ষতি পূৰণ; প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই তৰিছিল গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 15, 2020 8:26 pm
5-Swahid--750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিলৰ দাবীত  প্ৰতিবাদ কৰি ছহিদীবৰণ কৰা পাঁচজনক ছহিদক লৈ অসমৰ মানৱ অধিকাৰ আয়োগে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।

যোৱা ১২ ডিচেম্বৰৰ দিনা আৰক্ষীৰ গুলিত পাঁচজনকৈ লোকে প্ৰাণ আহুতি দিছিল।

Apply Now

এই ঘটনাৰ এসপ্তাহৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ সহযোগত অসম মানৱ অধিকাৰ আয়োগত এক গোচৰ দিছিল বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষ নিৰণ বৰাই।

গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদমেলত নিৰণ বৰাই কয় ‘ৰিপুন বৰাই গোচৰটো ৰুজু কৰি ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে ছহিদৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছিল। এই গোচৰৰ নম্বৰ আছিল ২৭৯২/২০২০।‘

এই গোচৰৰ ভিত্তিতে আয়োগে ২৩ ডিচেম্বৰ ২০১৯ ত ৰাজ্য চৰকাৰৰ মুখ্য সচিবক ঘটনাৰ উচিত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।‘

বৰাই কৰা অভিযোগ অনুসৰি ‘সোণোৱাল চৰকাৰে বিষয়টোৰ ওপৰত তিলমানো গুৰুত্ব নিদিলে। মানৱ অধিকাৰ আয়োগে যোৱা ১৩ জানুৱাৰী, ৩০ জানুৱাৰী, ২০ ফেব্ৰুৱাৰী আৰু ২৫ ফেব্ৰুৱাৰীত গোচৰটোৰ শুনানি অনুষ্ঠিত কৰি সোণোৱাল চৰকাৰক বাৰম্বাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু মানুহৰ আৱেগৰ সৈতে জড়িত এই বিষয়টোলৈ সোণোৱাল চৰকাৰে তিলমানো কাণসাৰ নিদিলে।‘

সেয়েহে যোৱা ১৪ ছেপ্তেম্বৰৰ দিনা অনুষ্ঠিত হোৱা শুনানিৰ অন্তত সোণোৱাল চৰকাৰক গোচৰটোৰ প্ৰতিবেদন দাখিল কৰিবলৈ এমাহৰ সীমা বান্ধি দিয়ে। অন্যথা সোণোৱাল চৰকাৰে ক্ষতিপূৰণ দিব লাগিব বুলিও আয়োগে নিৰ্দেশ দিয়ে বুলি নিৰণ বৰাই জনায়।

‘অন্যথা চৰকাৰে ছহিদ ঈশ্বৰ নায়ক, আব্দুল আলিমৰ পৰিয়ালক ৩ লাখ টকাকৈ ক্ষতিপূৰণ, ১৮ বছৰৰ অনুৰ্দ্ধৰ ছহিদ দিপাঞ্জল দাস আৰু ছেম ষ্টেফৰ্ডক ২ লাখ টকাকৈ ক্ষতিপূৰণ আদায় দিব লাগিব।‘ নিৰণ বৰাই সংবাদমেলত জনায় কয়।

অহা ১৬ নৱেম্বৰত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব বুলি তেওঁ জনায়।

ইপিনে, ডিব্ৰুগড়ৰ ছহিদ দ্বিডেন্দ্ৰ পাঙগিঙৰ মৃতদেহ ৰাইজে মৰণোত্তৰ পৰীক্ষাৰ বাবে নিদিলে আৰু মৰণোত্তৰ পৰীক্ষা অবিহনেই সৎকাৰ কৰা হ’ল বুলি উল্লেখ কৰি বৰাই লগতে কয় ‘যাৰ বাবে দ্বীজেন্দ্ৰ পাঙগিঙ নিহত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা নগ’ল।‘

দ্বীজেন্দ্ৰ পাঙগিঙৰ মৃত্যুৰ সন্দৰ্ভত চৰকাৰে দাখিল কৰা প্ৰতিবেদনক লৈ প্ৰদেশ কংগ্ৰেছ অলপো সন্তুষ্ট নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘পৰিয়ালৰ লোকে কিছু সময় দিলে আৰু সহযোগিতা কৰিলে কোনোধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈ প্ৰদেশ কংগ্ৰেছে গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়ালৈ লৈ যাব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd