• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ভয়াৱহ পথ দুৰ্ঘটনা, টিগ’ৰ ওপৰতে বাগৰি পৰিল মালবাহী ট্ৰাক : ঘটনাস্থলীতে এজনৰ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
September 17, 2020 9:46 am
IMG-20200916-WA0059~2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ ৰজাবাৰীত বুধবাৰে বিয়লি ৩৭ নং ৰাষ্ট্ৰীয় পথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷

দূৰ্ঘটনাত এখন চলন্ত টিগ’ৰ গাড়ীৰ ওপৰত এখন চাহপাত কঢ়িওৱা ট্ৰাক বাগৰি পৰে৷

Apply Now

ফলত টিগ’ৰ গাড়ীখনৰ চালকৰ আসনত থকা প্ৰিয়ংকু গগৈৰ ঘটনাস্থলীতে মৃত্যু হয়৷

ঘটনাৰ বিৱৰণী মতে বোকাখাতত বজাৰ কৰি পত্নীৰ সৈতে প্ৰিয়াংকু গগৈ বোকাখাতৰ পৰা নিজা বাসগৃহ তামুলী পথাৰলৈ গৈ আছিল৷

এনে অৱস্থাত ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিচুকীয়াৰ পৰা কলিকতালৈ বুলি চাহপাতৰ বেগ কঢ়িয়াই অনা ডাব্লিউ বি ৮৯/২১১১ নম্বৰৰ মালবাহী ট্ৰাকখন প্ৰিয়াংকু গগৈয়ে চলাই যোৱা বাহনখনৰ ওপৰতে বাগৰি পৰে।

ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকৰ তলত সোমাই পৰা টিগ’ৰখনৰ চালকৰ আসনত থকা প্ৰিয়াংকু গগৈ ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে তেওঁৰ পত্নী গাড়ীৰ ভিতৰতে দীৰ্ঘ সময় ধৰি আৱদ্ধ হৈ যন্ত্ৰণাত ছটফটাই আছিল।

পিছত বিধস্তপ্ৰায় টিগ’ৰ গাড়ীখনৰ দুৱাৰ কাটি আহত মহিলাগৰাকীক উদ্ধাৰ কৰি বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰিয়াংকু গগৈ বোকাখাত মহকুমাৰ তামুলী পথাৰৰ বৰুৱা গাঁৱৰ নিবাসী তথা শ্ৰীম্ত শংকৰদেৱ শংকৰ দেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ যান-বাহন উপ-সমিতিৰ সম্পাদক আছিল। প্ৰিয়াংকুৰ গগৈৰ মৃত্যুত সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পৰিছে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd