• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত ভয়াৱহ পথ দুৰ্ঘটনা, টিগ’ৰ ওপৰতে বাগৰি পৰিল মালবাহী ট্ৰাক : ঘটনাস্থলীতে এজনৰ মৃত্যু

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , September 17, 2020 9:56 am

1 min read

IMG-20200916-WA0059~2
617
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ ৰজাবাৰীত বুধবাৰে বিয়লি ৩৭ নং ৰাষ্ট্ৰীয় পথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷

দূৰ্ঘটনাত এখন চলন্ত টিগ’ৰ গাড়ীৰ ওপৰত এখন চাহপাত কঢ়িওৱা ট্ৰাক বাগৰি পৰে৷

ফলত টিগ’ৰ গাড়ীখনৰ চালকৰ আসনত থকা প্ৰিয়ংকু গগৈৰ ঘটনাস্থলীতে মৃত্যু হয়৷

ঘটনাৰ বিৱৰণী মতে বোকাখাতত বজাৰ কৰি পত্নীৰ সৈতে প্ৰিয়াংকু গগৈ বোকাখাতৰ পৰা নিজা বাসগৃহ তামুলী পথাৰলৈ গৈ আছিল৷

এনে অৱস্থাত ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিচুকীয়াৰ পৰা কলিকতালৈ বুলি চাহপাতৰ বেগ কঢ়িয়াই অনা ডাব্লিউ বি ৮৯/২১১১ নম্বৰৰ মালবাহী ট্ৰাকখন প্ৰিয়াংকু গগৈয়ে চলাই যোৱা বাহনখনৰ ওপৰতে বাগৰি পৰে।

ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকৰ তলত সোমাই পৰা টিগ’ৰখনৰ চালকৰ আসনত থকা প্ৰিয়াংকু গগৈ ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে তেওঁৰ পত্নী গাড়ীৰ ভিতৰতে দীৰ্ঘ সময় ধৰি আৱদ্ধ হৈ যন্ত্ৰণাত ছটফটাই আছিল।

পিছত বিধস্তপ্ৰায় টিগ’ৰ গাড়ীখনৰ দুৱাৰ কাটি আহত মহিলাগৰাকীক উদ্ধাৰ কৰি বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰিয়াংকু গগৈ বোকাখাত মহকুমাৰ তামুলী পথাৰৰ বৰুৱা গাঁৱৰ নিবাসী তথা শ্ৰীম্ত শংকৰদেৱ শংকৰ দেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ যান-বাহন উপ-সমিতিৰ সম্পাদক আছিল। প্ৰিয়াংকুৰ গগৈৰ মৃত্যুত সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পৰিছে৷

Recent News

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd