• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শেষ যাত্ৰা: গুজৰাট পোৱাৰ পিচতে ভাঙি টুকুৰা টুকুৰ কৰা হ’ব আইএনএছ বিৰাটক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 6:59 pm
birat
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক দীৰ্ঘ পৰিক্ৰমাৰ  অন্ত পৰিবলৈ আৰু বেছি পৰ নাই।

দুদিন পিচতে ভাঙি টুকুৰা টুকুৰ কৰি পেলোৱা হ’ব ভাৰতীয় নৌ সেনা বাহিনীৰ শৌৰ্য বীৰ্যৰ প্ৰতীক যুদ্ধ জাহাজ আইএনএছ বিৰাটক।

Apply Now

৩০ বছৰ ধৰি ভাৰতীয় নৌ সেনা বাহিনীত সেৱা আগবঢ়োৱা যুদ্ধ বিমান কঢ়িয়াই নিয়া আইএনএছ বিৰাটে দীৰ্ঘ কাল ধৰি সেৱা আগবঢ়োৱা জাহাজ হিচাবে গীনিজ বুকুতো নিজৰ নাম লিখাবলৈ সক্ষম হৈছিল।

বিগত শতিকাৰ ৮০ ৰ দশকত  চনত ব্ৰিটেইনে দেশখনৰ নৌ বাহিনীৰ পৰা জাহাজ খন বাদ দিয়াৰ পিচতে ভাৰতে সেই খন ব্ৰিটেইনৰ পৰা কিনি লৈছিল আৰু ১৯৮১ চনত জাহাজ খন ভাৰতীয় নৌ বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছিল।

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति।।

… the Spirit lives on pic.twitter.com/RaAuCVPjGM

— SpokespersonNavy (@indiannavy) September 19, 2020

সুদীৰ্ঘ ৩০ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিচত জাহাজ খনক ২০১৭ চনৰ আগষ্ট মাহত নৌ বাহিনীৰ পৰা অৱসৰ দিয়া হয়।

সিদ্ধান্ত লোৱা হয় জাহাজ খন ভাঙি অৱশিষ্ট খিনি বিক্ৰি কৰা হ’ব। ৩০ বছৰীয়া পৰিক্ৰমাত জাহাজ খনে ২৭ বাৰ পৃথিৱী প্ৰদক্ষিণ কৰিছে।

পানীত অতিক্ৰম কৰিছে ১০,৯৪,২১৫ কিলোমিটাৰ। ২,২৫২ দিন জাহাজ খনে নৌ সেনাৰ কামত সাগৰত যাত্ৰা কৰিছে।

জাহাজ খনে সাগৰত কটাইছে মুঠ ২২,৬২২ ঘণ্টা। সেই হিচাবত ৭ বছৰ ধৰি জাহাজ খনে কেৱল যাত্ৰাই কৰিছে।

আজি মুম্বাইৰ পৰা গুজৰাট অভিমুখে আইএনএছ বিৰাটে অন্তিম যাত্ৰা আৰম্ভ কৰিছে।

দুদিনৰ পিছত গুজৰাটৰ আলং বন্দৰ পোৱাৰ পিছতে জাহাজ খন ভাঙি টুকুৰা টুকুৰ কৰি পেলোৱা হ’ব।

নিলামত জাহাজ খন ক্ৰয় কৰা শ্ৰীৰাম গ্ৰুপে জাহাজ খনৰ অৱশিষ্ট বিক্ৰি কৰি দিব।

আইএনএছ বিৰাটৰ শেষ যাত্ৰাৰ সময়ত নৌ সেনা বাহিনীয়ে শোক প্ৰকাশ কৰি এটা টুইট কৰিছে।

প্ৰথমে চিন্তা কৰা হৈছিল জাহাজ খন সংগ্ৰহালয়লৈ অথবা ওপঙা ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰা হ’ব।

কিন্তু সময়ত সেয়া একোৱেই কৰা নহ’ল। বিদায় আইএনএছ বিৰাট।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd