• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুদিনীয়া কাৰ্যসূচীৰে লিডুত অনুষ্ঠিত কৰা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ সংখ্যক জন্মোৎসৱ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 21, 2020 2:04 pm
sankar
187
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২সংখ্যক জন্মোৎসৱ ভাগি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো লিডু কেন্দ্ৰীয় নামঘৰত অহা ২৫ আৰু ২৬ ছেপ্তেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্ততি চলোৱা হৈছে।

ইতিমধ্যে ৰাণাজ্যোতি নেওগক সভাপতি, দিপক চেতিয়াক কাৰ্যকৰী সভাপতি, ধীৰাজ সোণোৱালক মুখ্য সাধাৰণ সম্পাদক, মনোজ ফুকন আৰু সঞ্জীৱ চেতিয়াক সাধাৰণ সম্পাদক, উৎপল কোঁৱৰ আৰু নৱজিৎ কোৱঁৰক সাংস্কৃতিক সম্পাদক  হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৪ বজাত ডম্বৰুধৰ নেওগৰ পৰিচালনাত ঊষা কীৰ্তন পুৱা ৭ বজাত পুষ্প গগৈৰ পৰিচালনাত পুৱা প্ৰসংগ পুৱা ৮ বজাত চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতাৰ পাছতে পুৱা ৮:৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব সভাপতি ৰাণাজ্যোতি নেওগে।

তাৰ পাছতে বন্তি প্ৰজ্বলন কৰিব নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ক্ৰমে তৰুণ গগৈ আৰু দীপক চেতিয়াই।

পুৱা ১০ বজাত জয়া বড়া, দীপা গগৈ আৰু অলি কোঁৱৰৰ পৰিচালনাত আইসকলৰ নাম দুপৰীয়া ১ বজাত তাঞ্জন গগৈ, কুশল কোঁৱৰ মৃন্ময় ৰাজকোৱঁৰৰ পৰিচালনাত দিহানাম বিয়লি ২ বজাত বৰগীত, ভজন আৰু প্ৰাৰ্থনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

দ্বিতীয় দিনা পুৱা ৫ বজাত লোকনাথ কোৱঁৰৰ পৰিচালনাত ঊষা কীৰ্তন, পুৱা ১০ বজাত নামপ্ৰসংগ অনুষ্ঠিত হ’ব। নামাচাৰ্য ৰূপে প্ৰেমনাৰায়ণ গোস্বামী কীৰ্তন পাঠেকীৰূপে পুষ্প গগৈয়ে অংশ ল’ব।

বিয়লি ২ বজাত ৰাণাজ্যোতি নেওগৰ সন্ঞ্চালনাত অসমীয়া সমাজ গঠনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী অৱদান শীৰ্ষক আলোচনাচক্ৰ আৰু বঁ‌টা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব।

উক্ত অনুষ্ঠানত লিডু কলেজৰ উপাধ্যক্ষ ড° পবিত্ৰ গগৈয়ে আলোচক, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব। উদযাপন সমিতিয়ে সকলোৰে সহযোগিতা কামনা কৰিছে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd