• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোন্ধ নোপোৱা হৈছে? ক’ৰ’ণাতংকৰ সময়ত ঘ্ৰাণ শক্তি বৃদ্ধি কৰক এই কেইটা উপায়েৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2020 5:06 pm
woman-smelling-a-rose
922
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছত  আক্ৰান্ত হোৱাৰ অন্যান্য লক্ষণ সমূহৰ ভিতৰত ঘ্ৰাণ শক্তি লোপ পোৱাটোও এটা।

কেৱল ক’ৰ’ণাই নহয়, আন কেতবোৰ ৰোগত আক্ৰান্ত হ’লেও মানুহৰ ঘ্ৰাণ শক্তি হ্ৰাস পাব পাৰে।

বিশেষকৈ চৰ্দি লাগিলেও আমি যি কোনো বস্তুৰেই গোন্ধ নোপোৱা হৈ পৰো ।

যি কি নহওঁক, এতিয়া যিহেতু ক’ৰ’ণা ভাইৰাছে কালান্তক ৰূপ ধাৰণ কৰাৰ সময় সেয়ে কোনো বস্তুৰ গোন্ধ নোপোৱা যেন হ’লেই আমাৰ মনলৈ পোনচাটেই আহে ক’ৰ’ণাৰ ভয়।

আমি কেইটামান উপায় অৱলম্বন কৰিয়েই আমাৰ ঘ্ৰাণ শক্তি বঢ়াব পাৰো।চাওঁ আহকচোন উপায় কেইটা কি—

  • ঘ্ৰাণ শক্তি বঢ়াবলৈ আপুনি হাতৰ কাষতে যি পায় সেয়াই শুঙি চোৱাৰ চেষ্টা কৰক।হাতৰ কাষত থকা কিতাপ খন,গোলাপ ফুল পাহ, যি কোনো শাক-পাচলি যিহকেই পায় তাকেই শুঙি যাওঁক। এনেদৰে বস্তু শুঙি চোৱাৰ অভ্যাস বৃদ্ধি কৰিলে আমাৰ অলফেক্টৰী কলিকা সমূহ অধিক সক্ৰিয় হ’ব আৰু গোন্ধ পোৱাৰ ক্ষমতাও বৃদ্ধি পাব।
  • ঘ্ৰাণ শক্তি বঢ়াবলৈ আপুনি যদি ধূমপান কৰে তেন্তে সেই অভ্যাস পৰিত্যাগ কৰিব লাগিব। গৱেষণাৰ পৰা গম পোৱা গৈছে যে যিসকল লোকে ধূমপান কৰে তেওঁলোকৰ গোন্ধৰ অনুভূতি লাভ কৰা কলিকা বোৰ দুৰ্বল হৈ পৰে।
  • ঘ্ৰাণ শক্তি বৃদ্ধি কৰিবলৈ আপুনি ভিটামিন বি-১২ যুক্ত খাদ্য যেনে মাছ , কণী, গাখীৰ ,দৈ আদি প্ৰচুৰ পৰিমাণে খাওঁক। আপুনি যদি নিৰামিষভোজী হয় তেন্তে কেনেদৰে ভিটামিন বি-১২  পাব পাৰি সেই বিষয়ে অভিজ্ঞজনৰ সৈতে আলোচনা কৰক।
  • আপুনি আপোনাৰ ঘ্ৰাণ শক্তি বৃদ্ধিৰ আই কিউ পৰীক্ষা কৰক। চকু মুদি বস্তুৰ গোন্ধ লওঁক আৰু সেয়া কি বস্তু চিনাক্ত কৰাৰ চেষ্ট চলাওঁক।চকুমুদি যিমানেই বেছি বস্তুৰ গোন্ধ চিনাক্ত কৰিবলৈ সক্ষম হব সিমানেই াপোনাৰ ঘ্ৰাণ শক্তিৰ আই কিউ বেছি হব।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd