• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুখ্যাত প্ৰাক্তন ডিআইজিৰ সম্পত্তিৰ পাহাৰ, ব্যৱসায়িক সাম্ৰাজ্যই সকলোৰে চকু কপালত তুলিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2020 10:59 am
WhatsApp Image 2020-09-25 at 10.09.25 AM

কুখ্যাত প্ৰাক্তন ডিআইজি পি কে দত্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তিৰ প্ৰশ্নকাকত ফাদিলকে ধৰি হোৱা কেলেংকাৰিৰ মূল নায়ক কুখ্যাত প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক(ডিআইজি) পি কে দত্তৰ সমস্ত কীৰ্তি লাহে লাহে পোহৰলৈ আহিছে।

নিজৰ চাকৰি কালতেই বিভিন্ন দুৰ্নীতি-কেলেংকাৰিৰ অভিযোগ থকা পি কে দত্তৰ সম্পত্তিৰ পাহাৰ তথা ব্যৱসায়িক সাম্ৰাজ্যৰ ছবিখন পোহৰলৈ অহাৰ পাছত সকলোৰে চকু কপালত উঠিছে।

Apply Now

অসমৰ এক কলংকিত অধ্যায় হিচাপে চিহ্নিত গুপ্তহত্যাৰ অন্যতম খলনায়ক হিচাপে পৰিচিত পি কে দত্তৰ বাবে যেন সকলো সম্ভৱ।

বুধবাৰে সন্ধিয়াৰ পৰা মাজ নিশালৈকে আৰক্ষীৰ অপৰাধ শাখাই কুখ্যাত প্ৰাক্তন আৰক্ষী বিষয়া দত্তৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত থকা বাসগৃহত ব্যাপক অভিযান চলাইছিল।

আৰক্ষীৰ এই দলটোৱে মূলত: উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰিৰ সন্দৰ্ভতে দত্তৰ বাসগৃহত অভিযান চলাইছিল।

আৰক্ষীৰ অপৰাধা শাখাৰ অভিযানৰ বিষয়ে আগতীয়াকৈ খৱৰ লাভ কৰি পি কে দত্তই ইতিমধ্যে ঘৰৰ পৰা পলায়ন কৰে।

অপৰাধ শাখাই পৰিয়ালৰ লোকক জেৰা চলোৱাৰ উপৰি বাসগৃহৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা বহু সামগ্ৰী জব্দ কৰে।

আনহাতে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা পি কে দত্তৰ সম্পত্তিৰ পাহাৰ তথা ব্যৱসায়িক সাম্ৰাজ্যই সকলোৰে চকু কপালত তুলিছে।

কুখ্যাত পি কে দত্তৰ হেঙেৰাবাৰীত থকা প্ৰাসাদোপম অট্টালিকাটোৰ বাহিৰে মহানগৰীৰ চাৰিটা স্থানত চাৰিখনকৈ হোটেল ভৰ্গৱৰ লগতে বহু স্থাৱৰ সম্পত্তি আছে।

আনহাতে, দত্তৰ দুখনকৈ চাহ বাগিচা, ডিব্ৰুগড়ত পাঁচটা ফ্লেটো আছে। সেইদৰে, দিল্লী গুৱাহাটীকে ধৰি তেওঁৰ মুঠতে ১২টা ফ্লেট থকাৰ কথা পোহৰলৈ আহিছে।

তদুপৰি, ডিব্ৰুগড়ত ২০০বিঘা মাটি আৰু গুৱাহাটীত ১০ বিঘা মাটি তথা ফাৰ্ম হাউছো আছে।

আৰক্ষীৰ অভিযানত তেওঁৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে ৮কেজি ১৯২গ্ৰাম সোণ।

কুখ্যাত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ নামী-বেনামী বহুত সম্পত্তি থকা বুলি অনুমান কৰা হৈছে।

প্ৰায় ছয়মাহ পূৰ্বে অসম আৰক্ষীৰ দক্ষিণ সংমণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শক হিচাপে অৱসৰ লোৱা পি কে দত্তৰ চাকৰি কালত আছে বহু কলংকিত অধ্যায়।

বৰাকৰ ছুপাৰী-কয়লা কেলেংকাৰিতো আনকি পি কে দত্তৰ নাম সাঙোৰ খাই পৰিছিল।

চাকৰিকালত অত্যন্ত প্ৰভাৱশালী বিষয়া হিচাপে পৰিচিত পি কে দত্তই বিভিন্ন অবৈধ উৎসৰ পৰা ধন-সম্পত্তি আহৰণ কৰাৰ অভিযোগ আছে।

উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰিত তেওঁৰ নাম পোহৰলৈ আহিল যদিও পূৰ্বতে তেওঁ এনে বহু কেলেংকাৰিৰ সৈতে জড়িত থকাৰ কথা নুই কৰিব নোৱাৰি।

দত্তৰ বিৰুদ্ধে ছিণ্ডিকেট চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগো পুৰণি।

পি কে দত্তৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত মাটি দখলৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৪০৬৪২০ নম্বৰত এটা গোচৰো ৰুজু হৈ আছে।

অপৰাধীৰ গডফাডাৰ হিচাপে পৰিচিত পি কে দত্তৰ আৰু এনে বহু উন্মোচিত নোহোৱা কেলেংকাৰিৰ কাহিনী অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd