• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত লেনিনৰ প্ৰতিমূৰ্তি বগৰাই পেলোৱাক লৈ বাওঁ গণতান্ত্ৰিক মঞ্চৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2018 7:34 pm
IMG_20180307_132915
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত সদ্য সমাপ্ত নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে চৰকাৰ গঠন হোৱাৰ পূৰ্বেই বিজেপিৰ কৰ্মীসকলে চূড়ান্ত ফেচিবাদী মানসিকতা প্ৰদৰ্শন কৰি ৰাজ্যখনত থকা লেনিনৰ এটা প্ৰতিমূৰ্তি ভঙা তথা উচ্ছেদ কৰা কাৰ্যই দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ মাজতে আজি বাওঁ গণতান্ত্ৰিক মঞ্চ অসমে গুৱাহাটী ক্লাবৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়।

প্ৰতিবাদকাৰীসকলে ব্যক্ত কৰে, “ত্ৰিপুৰাত বিজেপি কৰ্মীসকলে বিশিষ্ট মাৰ্ক্সবাদী নেতা লেনিনৰ মূৰ্তি বুলগ্ৰেভাইৰৰে বগৰাই পেলোৱা কাৰ্যই বিজেপি চৰকাৰৰ ফেচীবাদী শাসন প্ৰবৰ্তন কৰা কথাটো সুচাইছে।”

আনহাতে প্ৰতিবাদকাৰীসকলে ত্ৰিপুৰাত বিজেপি কৰ্মীসকলক অত্যাচাৰ চলোৱা কাৰ্য সাংঘাতিক বিপদজনক আখ্যা দিয়ে।

এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা জনতা দলৰ জ্যেষ্ঠ নেতা ৰমনী বৰ্মনে ভাষণ প্ৰদান কৰি কয়, “নিৰ্বাচনত জয়ী হৈয়ে শপত গ্ৰহণ নকৰাকৈ বিজেপি দলৰ নেতা-কৰ্মীসকলে যি অমানবীয় কাৰ্য সংঘটিত কৰিলে সেয়া সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। এয়া হৈছে এক ফেচিষ্ট মনোভাব। সেয়েহে আমি বাও গণতান্ত্ৰিক দলসমূহ একত্ৰিত হৈ বিজেপি চৰকাৰৰ স্বৈৰচাৰিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো।”

IMG_20180307_131705

আনহাতে, এই প্ৰতিবাদত অংশগ্ৰহণ কৰা বুদ্ধিজীৱি তথা বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দীনেশ বৈশ্যই ত্ৰিপুৰা কাণ্ডক জঘন্য ঘটনা আখ্যা দি কয়, “এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দাৰ্শনিকৰ প্ৰতিমূৰ্তি বগৰাই পেলোৱাটো বিশ্ব ইতিহাসৰে প্ৰথম ঘটনা। বিজেপি চৰকাৰ তথা তেওঁলোকৰ দল-সংগঠনসমূহে জনসাধাৰণৰ অধিকাৰক বুঢ়া আঙুলি দেখুৱাইছে। দেশৰ বিভিন্ন প্ৰান্তত বিজেপিৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে।এই ঘটনাৰ পিছৰে পৰা বিজেপি চৰকাৰৰ পতন আৰম্ভ হ’ব।”

তদুপৰি, তেওঁ কেবল বাওঁপন্থী লোকসকলেই এই প্ৰতিবাদত জপিয়াই পৰা নাই, সমগ্ৰ সচেতন লোকে এই ঘটনাৰ প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰে।

আনহাতে, এই প্ৰতিবাদত অংশগ্ৰহণ কৰা আৰ চি পি আই নেতা কমৰেড বীৰেন ডেকাই এই ঘটনাৰ সকলোৱে একেমুখে গৰিহণা দিয়াৰ বাবে আহ্বান জনায়। তেওঁ কয়, “এনে এটা দিন আহিব যি দিনটোত বিজেপি দলটোৱে সংবিধানখনেই ফালি চিৰাচিৰ কৰিব।”

লক্ষ্যণীয় যে বিজেপি দলৰ কৰ্মীৰ হিংসাৰ ফলত ত্ৰিপুৰাত ৫১৪ গৰাকী চিপিআইএম কৰ্মী আহত, ১৫৩৯ টা ঘৰত লুটপাত, ১৩৪ টা চিপিআইএমৰ কাৰ্যালয় ভঙা, ২০৮ টা কাৰ্যালয়ত অগ্নিসংযোগ হোৱা বুলি বাওঁ গণতান্ত্ৰিক দলে তথ্য প্ৰকাশ কৰে।

প্ৰতিবাদকাৰী সকলে গুৱাহাটী ক্লাবৰ পৰা প্ৰতিবাদ আৰম্ভ কৰি দীঘলী পুখুৰীৰ চাৰিওফালে সমদল কৰি পুনৰ গুৱাহাটী ক্লাবতে এই প্ৰতিবাদী সমদলৰ সামৰণি মাৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd