• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ১০,০২০ গৰাকীলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2020 10:36 am
140
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্যাই ১০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ২২৪ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য সঞ্চালকালয়ৰ তৰফৰ পৰা টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

তথ্য অনুসৰি, অৰুণাচল প্ৰদেশত বৰ্তমানলৈ মুঠ ১০,০২০ গৰাকী লোক ক’ৰ’না সংক্ৰমিত হৈছে। ৰাজ্যখনত বৰ্তমানলৈ মুঠ ২,৪৩,৫৪৭ টা ক’ৰ’না পৰীক্ষা কৰা হৈছে।

অৰুণাচল প্ৰদেশৰ বাইশখন জিলাত নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা লোক সকল চিনাক্ত হৈছে।

বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ২২৪ গৰাকী লোকৰ ভিতৰত ৮৯ গৰাকী ৰাজধানী ইটানগৰৰ।

বিগত ২৪ ঘণ্টাত ক’ৰ’না প’জিটিভ হোৱা লোক সকলৰ ভিতৰত ৫৮ গৰাকী লক্ষণযুক্ত আৰু বাকীসকল লোকৰ শৰীৰত ক’ৰ’নাৰ লক্ষণ নায়।

আনহাতে, অৰুণাচলত বিগত ২৪ ঘণ্টাত ১৫৯ গৰাকী লোকক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱাত চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

বৰ্তমানলৈ অৰুণাচলত ১৬ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে আৰু মুঠ ৭,০৪৯ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Recent News

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd