• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

সুদীৰ্ঘ ১৫ বছৰ মুখ্য মন্ত্ৰী হোৱাৰ পিছত বিৰোধী দলক নেতৃত্ব দিয়াৰ বাবে সাজু মাণিক সৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 11:55 am
Manik-Sarkar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মাণিক সৰকাৰ ৰাজখনৰ নৱগঠিত বিধান সভাখনত বিৰোধী দলৰ নেতা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে সাজু হৈছে বুলি জানিব পৰা গৈছে। বৰ্ষীয়ান নেতাগৰাকীক  ১৬জনীয়া বামপন্থী বিধায়িনী দলটোৰ নেতা হিচাপে আনুষ্ঠানিকভাৱে বৰণ কৰা হ’ব বুলি দলটোৰ ভিতৰুৱা এটা সূত্ৰত প্ৰকাশ।

নিজৰ ৰাজহুৱা তথা ৰাজনৈতিক  জীৱনত সঘনে দেখা নোপোৱা  মূল্যবোধক সদায়েই আগস্থান দি অহা  পৰিচ্চন্ন ভাৱমুৰ্তিৰ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে  ইতিমধ্যে যোৱা বুধবাৰে তেওঁৰ চৰকাৰী বাসগৃহ আজৰি কৰি দিছে আৰু সাময়িকভাৱে মেলাৰমঠত থকা চিপিআই (এম)ৰ প্ৰধান কাৰ্যালয়ত বাহৰ পাতি আছে। এই ক্ষেত্ৰত  প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ পূৰ্বসূৰী তথা ৰাজনৈতিক গুৰু ভূতপূৰ্ব মুখ্যমন্ত্ৰী নৃপেন চক্ৰবৰ্তীৰ পদাংক অনুসৰণ কৰিছে। তেখেতেও মেলাৰমঠ কালীমন্দিৰৰ বিপৰীতে থকা সেইসময়ৰ দলীয় প্ৰধান কাৰ্যালয়লত সাময়িকভাৱে বাহৰ পাতিছিল।

Apply Now

সূত্ৰটোত আৰু কোৱা হৈছে যে বিধায়ক তপন চক্ৰবৰ্তীৰ বাহিৰে চিপিআই (এম)ৰ আন সকলো বিধায়কেই ফায়াৰ ব্ৰিগেড চৌমুহুনি এলেকাত থকা বিধায়ক আবাস-১ত থাকিব। তপন চক্ৰবৰ্তীয়ে নতুন ৰাজধানী চৌহদৰ এটি এপাৰ্টমেন্টত থাকিব বুলি সূত্ৰটোত কোৱা হৈছে।

বিপ্লব দেবৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ অপেক্ষাৰত মন্ত্ৰী পৰিষদখনে  শপত গ্ৰহণ কৰাৰ বাবে কৰা বিশাল আয়োজনৰ কাৰ্যসূচী  সুচাৰুৰূপে চলাই নিয়াৰ বাবে ত্ৰিপুৰা মাধ্যমিক পৰীক্ষা বোৰ্ডে (টিবিএছচি) পতা মাধ্যমিক পৰীক্ষাসমূহ ৯ মাৰ্চৰ পৰিৱৰ্তে ১০ মাৰ্চত পতা হ’ব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ৰাজধানী আগৰতলাত থকা আছাম ৰাইফলছ গ্ৰাউণ্ডত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ইয়াক ন-ৰূপত সজাই তোলা হৈছে।

বিশ্বস্ত সূত্ৰে জানিব পৰা মতে দেশখনৰ সকলো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, মোডী চৰকাৰৰ মন্ত্ৰীসকল আৰু বিজেপি দলৰ কেন্দ্ৰীয় নেতাসকলৰ ওপৰিও স্বয়ং প্ৰধান মন্ত্ৰী বিজেপিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিজয় হিচাপে বিৱেচিত এই চৰকাৰখনৰ শপত গ্ৰহণ অনুষ্ঠানত উপষ্ঠিত থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd