• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত পালে অনুমতি, হাথৰাছ অভিমুখে যাত্ৰা আৰম্ভ ৰাহুলৰ, চালকৰ আসনত প্ৰিয়ংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2020 5:22 pm
Rahul2-630x420
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ বৰ ঘৰত কঁপনি তোলা হাথৰাছ বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পৰিয়ালৰ খবৰ লবলৈ গৈ বৃহস্পতিবাৰে আৰক্ষীৰ হাতত লাঞ্চিত হোৱা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আজি পুনৰ গৈছে হাথৰাছলৈ।

প্ৰথম অৱস্থাত ৰাহুলক আৰক্ষীয়ে বাধা দিছিল যদিও প্ৰশাসনৰ পৰা  ৰাহুলৰ লগতে মাত্ৰ পাঁচজন লোকক নিৰ্যাতিতাৰ পৰিয়ালক সাক্ষাৎ কৰাৰ অনুমতি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

Apply Now

ইয়াৰ পিছতে আৰক্ষীৰ  বেহুৰ মাজেৰেই ৰাহুল-প্ৰিয়ংকাই যাত্ৰা আৰম্ভ কৰিছে হাথৰাছলৈ।

উল্লেখ্য দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা উত্তৰ প্ৰদেশৰ হাথৰাছত বলাৎকাৰ কাণ্ডৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লোৱা কিশোৰীৰ পৰিয়ালৰ খবৰ ল’বলৈ যোৱাৰ সময়তে বৃহস্পতিবাৰে আৰক্ষীৰ নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছিল ৰাহুল গান্ধী।

সিদিনা দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ হাথৰাছ অভিমুখে ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে ৰাহুল গান্ধীয়ে যাত্ৰা কৰিছিল।

উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে ৰাজ্য খনৰ আৰক্ষীয়ে ৰাহুল আৰু প্ৰিয়ংকাৰ কনভয় ৰখাই দিয়ে।

আৰক্ষীৰ বাধাৰ মাজতে ৰাহুল আৰু প্ৰিয়ংকাই খোজকাঢ়িয়েই গন্তব্যস্থল অভিমুখে যাবলৈ ধৰে।

এই কথাতে ক্ষুদ্ধ হৈ পৰে আৰক্ষী। আৰক্ষীয়ে ৰাহুল-প্ৰিয়ংকাৰ ওপৰত লাঠীচালনা কৰাৰ লগতে ৰাহুল গান্ধীক চোলাত ধৰি মাটিত বগৰাই দিয়ে।

ৰাহুলে কি কাৰণত আৰক্ষীয়ে তেওঁৰ সৈতে এনে ব্যৱহাৰ কৰিছে বুলি প্ৰশ্ন কৰাৰ সময়তে আইন ভংগ কৰাৰ বাবেই আৰক্ষীয়ে ৰাহুল আৰু প্ৰিয়ংকাক আটক কৰাৰ কথা প্ৰকাশ কৰে।

ইপিনে ৰাহুল গান্ধীক এনেদৰে আৰক্ষীয়ে টানি-আজুৰি মাটিত বগৰাই দিয়াৰ ঘটনাটোৱে সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ইয়াৰ মাজতে আজি পুনৰ একে স্থানলৈ ৰাহুলৰ যাত্ৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd