• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ সন্মুখতে আত্মজাহ দিলে মহিলা সাংবাদিকে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2020 6:29 pm
a pppppp
393
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাৰ বাবেই  বাৰে বাৰে চৰকাৰৰ ৰোষত পৰি আহিছে এই গৰাকী মহিলা সাংবাদিক।

কেইদিনমান পূৰ্বে আনকি চৰকাৰৰ মানুহে নিশাৰ ভাগত সাংবাদিক গৰাকীৰ ঘৰত তালাচীৰ নামত চলাইছিল উদ্ভণ্ডালি।

কাঢ়ি লৈ যোৱা হৈছিল মহিলা সাংবাদিক গৰাকীৰ লেপটপ, মোবাইল ফোন আদি।

এই কথাত মানসিক ভাবে ভাগি পৰিছিল মহিলা সাংবাদিকগৰাকী।

অৱশেষত তেওঁ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ সন্মুখতে দেহত জুই  লগাই মৃত্যুক সাৱটিলে।

ঘটনাটো ৰাছিয়াৰ । দেশখনৰ নিজনেই নভগৰড নামৰ অঞ্চলটোৰ কোঝা প্ৰেছ নামৰ নিউজ প’ৰ্টেলটোৰ সম্পাদক ইৰিণা শ্লাভিনাই চৰকাৰৰ বিৰুদ্ধে নিৰন্তৰ বাতৰি পৰিবেশন কৰি গৈছিল।

সেইবাবেই পুটিনৰ চৰকাৰে তেওঁৰ ওপৰত তীব্ৰ হেঁচা প্ৰদান কৰা বুলি সাংবাদিক শ্লাভিনাই তেওঁৰ মৃত্যুৰ টোকাত লিখি থৈ গৈছে।

মহিলাগৰাকীৰ আত্মজাহৰ ঘটনাই এতিয়া কঁপাই গৈছে পুটিনৰ চৰকাৰক।

চৰকাৰে মহিলা সাংবাদিকগৰাকীক কোনো ধৰণে হাৰাশাস্তি নকৰা বুলি স্পষ্ট কৰি দিছে।

উল্লেখ্য ৰাছিয়াত এতিয়া পুটিনৰ বিৰুদ্ধে কোনোৱাই কিবা প্ৰকাশ কৰিলেই তেওঁ চৰকাৰৰ ৰোষত পৰিবলগীয়া হয় বুলি বিভিন্ন মানৱাধিকাৰ সংস্থাই কৈ আহিছে।

মহিলা সাংবাদিক গৰাকীয়েও তেওঁৰ মৃত্যুৰ বাবে পুটিনৰ চৰকাৰেই দায়ী বুলি লিখি থৈ গৈছে।

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd