• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাফলঙত ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ শেষকৃত্য হোজাইত ! প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ ক্ষোভ

পঙ্কজকুমাৰ দেৱ by পঙ্কজকুমাৰ দেৱ
October 4, 2020 4:30 pm
a photo
216
VIEWS
Share on FacebookShare on Twitter

কালি আবেলি দুইমান বজাত হাফলঙৰ বলবাহাদুৰ থাপা নামৰ এগৰাকী ব্যক্তিৰ হাফলং ক’ভিড কেয়াৰ চেন্টাৰত মৃত্যু হয়। কিন্তু মৃত্যুৰ পাছত মৃতকৰ শেষকৃত্য কৰাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ। কাৰণ হাফলঙত নাই ক’ভিডত মৃত্যু হোৱা ৰোগীৰ শেষকৃত্য সম্পন্ন কৰাৰ ডেজিগনেটেড ঠাই। ৪৮৯০ বৰ্গ কিলোমিটাৰৰ ডিমা হাছাওত পাৰ্বত্য প্ৰশাসনে এক বা দুই বিঘা মাটি উলিয়াব পৰা নাই।

কালি নিশা হাফলং ক’ভিড কেয়াৰ চেন্টাৰত সম্মুখত ক’ভিড কেয়াৰ কৰ্মী আৰু মৃতকৰ আত্মীয়সকলৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু ৰাতিলৈকে ৰাইজে চিকিৎসালয় চৌহদত ভিৰ কৰে।

আচলতে পাৰ্বত্য প্ৰশাসনে হাফলঙৰ পৰা পোন্ধৰ কিলোমিটাৰ দূৰত্বৰ জাতিঙ্গা পৰিষদীয় এলেকাত এখন ঠাই ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ অন্তিম সৎকাৰৰ কাৰণে প্ৰস্তুত কৰিছিল। যোৱা ৫ ছেপ্তেম্বৰ তাৰিখে মাইবাঙৰ ঝন্টু চক্ৰৱৰ্তীৰ ক’ভিডত মৃত্যু হোৱাৰ পাছত অন্তিম সৎকাৰ কৰিব যোৱাত  স্থানীয় ৰাইজে আপত্তি কৰিছিল।

পাছত মাইবাঙত কৰা হয়। কিন্তু উক্ত ঘটনাৰ এমাহ পাছতো প্ৰশাসনে বিকল্প মাটি বিচাৰি উলিয়াব পৰা নাই। তাৰ বাবে তেনে পৰিস্থিতিৰ সৃষ্টি হয়।আজি পুৱা বলবাহাদুৰ থাপাৰ মৃতদেহ এম্বুলেন্সেৰে হাফলঙৰ পৰা নি হোজাই আৰক্ষী থানাৰ অন্তৰ্গত লঙ্কাত অন্তিম সৎকাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি হোজাই জিলাৰ লঙ্কা আৰক্ষী থানাৰ অন্তৰ্গত উদালি স্মশানত শেষকৃত্য সম্পন্ন হয়। হাফলং অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়া নয়নজ্যোতি গোস্বামীয়ে আমাক এই তথ্য জানিবলৈ দিয়ে।।

উল্লেখনীয় যে যোৱা ৫ ছেপ্তেম্বৰত অনুৰূপ ভাৱে মাইবাঙৰ ঝন্টু চক্ৰৱৰ্তীৰ ক’ভিডত মৃত্যু হয়। তেতিয়াও মৃতকৰ শেষকৃত্য লৈ সমস্যা হৈছিল। কিন্তু ইয়াৰ পাছতো গা ল’ৰা নাই পাৰ্বত্য জিলা প্ৰশাসনৰ। ৰাইজৰ অভিযোগ যে ডিমা হাছাও জিলা প্রশাসনৰ ব্যৰ্থতা আৰু উদাসীনতাৰ কাৰণে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

Recent News

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd