• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰাহ্মণ সমাজক ‍‘ভিক্ষাৰী‍’ বুলি কোৱা বিধায়ক ৰমাকান্ত দেউৰীয়ে খুজিলে ক্ষমা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2020 3:08 pm
বিধায়ক ৰমাকান্ত দেউৰীৰ সংগৃহীত ফটো।

বিধায়ক ৰমাকান্ত দেউৰীৰ সংগৃহীত ফটো।

465
VIEWS
Share on FacebookShare on Twitter

ব্ৰাহ্মণ সমাজক ভিক্ষাৰী বুলি মন্তব্য কৰি তীব্ৰ সমালোচনা তথা ভৎসৰ্নাৰ সন্মুখীন হোৱা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে অৱশেষত ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল।

ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰি দেউৰীয়ে কয়, ‍‘মই ব্ৰাহ্মণ সমাজৰ দুজন লোকৰ বিৰুদ্ধে ক’ব লাগিছিল কিন্তু মোৰ সমগ্ৰ ব্ৰাহ্মণ সমাজক কোৱা গ’ল। মোৰ এই মন্তব্যৰ বাবে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিছো’।

বিধায়ক ৰমাকান্তই কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ দুজন নেতাই ৰাইজৰ আগত তেওঁক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই থাকে আৰু সেয়ে তেওঁ ছাত্ৰ নেতা দুগৰাকীৰ বিৰুদ্ধে এই মন্তব্য কৰে।

‘মই ব্ৰাহ্মণ সমাজক ইচ্ছাকৃতভাৱে কোনো বেয়া মন্তব্য কৰা নাই। বাহ্মন সমাজৰ দুজন আছু নেতাক উদ্দেশ্যিহে এই মন্তব্য কৰিছিলো। কথাখিনি খং আৰু আৱেগত ওলাইছিল’, এইদৰে কয় দেউৰীয়ে।

তেওঁ লগতে কয়, ‍‘মই তিৱা মানুহ, কথাবোৰ চিধা চিধি কওঁ। মোৰ মন্তব্যই যদি কাৰোবাক আঘাত দিছে তেন্তে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো’।

উল্লেখযোগ্য যে ৫ অক্টোবৰ অৰ্থাৎ সোমবাৰে এখন নিৰ্বাচনী সভাত বিধায়ক ৰমাকান্ত দেউৰীয়ে বামুন-মহন্ত বোৰক টুকুৰা টুকুৰকৈ কাটিম আৰু ভিক্ষাৰে পেট প্ৰৱৰ্তাই থকা বুলি মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd