• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলোৱাৰ গণধৰ্ষণৰ ৪ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড : ভিডিঅ’ ভাইৰেল কৰাসকলক পাঁচ বছৰৰ কাৰাবাস

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2020 5:10 pm
imprisonment-696x423
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণে গোটেই দেশ কঁপাই থকাৰ সময়তে ৰাজস্থানৰ আলোৱাৰ এক গণধৰ্ষণৰ ৪ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে বিশেষ আদালতে।

ইয়াৰ লগতে উক্ত গণধৰ্ষণকাণ্ডৰ ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল কৰাৰ অপৰাধত কেবাজনকো পাঁচ বছৰৰ কাৰাদণ্ড বিহিছে বিশেষ আদালতে।

উল্লেখ্য যে ৰাজস্থানৰ আলোৱাৰত যোৱা বছৰৰ ২৬ এপ্ৰিলত সংঘটিত হৈছিল এই গণধৰ্ষণৰ কাণ্ডটো।

স্থানীয় সূত্ৰৰ মতে ২০১৯ চনৰ ২৬ এপ্ৰিলত ৰাজস্থানৰ আলোৱাৰৰ থানাগাজি অঞ্চলৰ এগৰাকী ২২ বছৰীয়া দলিত যুৱতীক স্বামীৰ সন্মুখতে নাবালকসহ পাঁচজন যুৱকে ধৰ্ষণ কৰিছিল।

ইফালে বহু কেইজন লোকে এই পাশৱিক কাণ্ডটোৰ ভিডিঅ’ ৰেকৰ্ডিং চ’ছিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে নিৰ্যাতিতা যুৱতী গৰাকীৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল।

Rajasthan: Four accused sentenced to life imprisonment and one awarded 5 years in prison by a court in Alwar, in Thanagazi gangrape case of 2019. https://t.co/5aqsgBqM9L

— ANI (@ANI) October 6, 2020

যুৱতী গৰাকীয়ে দাবী কৰা ১০ হাজাৰ টকা দিবলৈ অস্বীকাৰ কৰাৰ পিছতে উক্ত ভিচিঅ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল কৰি দিয়া হৈছিল।

ইফালে গণধৰ্ষণৰ নিৰ্যাতিতাই স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

চ’ছিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বিৰোধীয়ে বিষয়টোকলৈ সৰৱ হোৱাৰ পিছতহে আৰক্ষীয়ে এই সমগ্ৰ কাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছিল।

ইয়াৰ পিছত ২ মে’ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিছিল আৰু ১৮ মে’ত আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল।

তদন্তকালীন সময়ছোৱাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত ৰাজস্থান চৰকাৰে দুগৰাকীকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিছিল।

আৰক্ষীৰ সূত্ৰৰ খবৰৰ মতে, মূল অভিযুক্ত ছোটে লাল(২২), হংসৰাজ গুজ্জৰ(২০). অশোক কুমাৰ গুজ্জৰ(২০) আৰু ইন্দ্ৰজিৎ সিং গুজ্জৰ(২২) বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪১, ১৪৯, ৩২৩, ৩২৭ আৰু ৩৭৬ডি-সহ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

মংলবাৰে বিশেষ আদালতে মূল অভিযুক্তসকলক দোষী সাৱস্ত্য কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে ভিডিঅ’ ভাইৰেল কৰাসকলক পাঁচ বছৰৰ কাৰাদণ্ড বিহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd