• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইচডিএফচি বেংকৰ গ্ৰাহকে লাভ কৰিব এপ’ল’ হাস্পতালৰ পৰা মান বিশিষ্ট স্বাস্থ্য সেৱা! পিছে কেনেকৈ ?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2020 4:39 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একক প্ৰচেষ্টাত দেশত প্ৰথমবাৰ অগ্ৰণী বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংক আৰু আগশাৰী চিকিৎসালয় এপ’ল’ হাস্পাতাল এক হৈ ‘স্বাস্থ্যকৰ জীৱন কাৰ্যসূচী’ আৰম্ভ কৰিছে।

সহজসাধ্য চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি জনাইছে দুযোটা প্রিতিষ্ঠানে।

Apply Now

এই সেৱা অনুসৰি এপ’ল’ৰ ডিজিটেল প্লেটফর্ম এপ’ল’ ২৪/৭এ স্বাস্থ্য জীৱন আৰু সহজসাধ্য স্বাস্থ্য সেৱাৰ সমাধান আগবঢ়োৱাত সদাপ্ৰস্তুত থাকিব আৰু ইয়াক বিশেষভাৱে এইচডিএফচি বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে বুলি জনাইছে দুয়োটা প্ৰতিষ্ঠানে।

বেংকৰ গ্ৰাহকসকলে সকলো সময়তে বিনামূলীয়াকৈ এপ’ল’ ২৪x৭ প্লেটফর্মৰদ্বাৰা হাস্পাতালখনৰ জৰুৰীকালীন চিকিৎসকৰ সেৱা লাভ কৰিব পাৰিব। লগতে সকলো এপ’ল’ হাস্পাতালত চিকিৎসাৰ বাবদ মাচুল পৰিশোধ বিকল্প আৰু বিত্তীয় সহযোগিতা লাভ কৰিব। যাৰ দ্বাৰা এইচডিএফচি বেংকৰ গ্ৰাহকসকল চিকিৎসা লাভৰ ক্ষেত্ৰত উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।

আজি এই কাৰ্যসূচী ডিজিটেল মাধ্যমৰে মুকলি কৰে এইচডিএফচি বেংকৰ পৰিচালন সঞ্চালক আদিত্য পুৰী, এপ’ল’ হাস্পাতাল গ্রুপৰ সঞ্চালক ডাঃ প্ৰতাপ চি ৰেড্ডী (Dr.Prathap C Reddy), কাৰ্যবাহী উপ-সঞ্চালক শোভনা কামিনেনী আৰু এইচডিএফচি বেংকৰ এমডি শশিধৰ জগদিশনে।

ইফালে প্ৰতিষ্ঠান দুটাই জনোৱা মতে দেশৰ প্ৰায় ৪০ শতাংশ লোক কেৱল এপ’ল’ ফাৰ্মাচীৰ পৰা মাত্ৰ ৩০ মিনিট বাটৰ দূৰত্বত থকাৰ বিপৰীতে দেশৰ ৮৫ শতাংশৰো অধিক জিলাত এইচডিএফচি বেংকৰ শাখাই সেৱা প্ৰদান কৰি আছে। দুয়োটা প্ৰতিষ্ঠানে আৰম্ভণিতে ৬৫ নিযুত লোকক সেৱা প্ৰদানৰ ক্ষমতা লাভৰ অভিজ্ঞতা আছে। এই যাত্ৰা আৰু বহল পৰিসৰলৈ আগুৱাই নিব বিচাৰিছে তেওঁলোকে।

‘এখন সুস্থ ভাৰত গঢ়ি তোলাৰ এইটো প্ৰথম বাস্তৱ সন্মত পদক্ষেপ হ’ব। মোৰ বাবে এয়া চমু স্বাস্থ্য অভিযান হ’ব, যাৰ দ্বাৰা দেশৰ নিযুত সংখ্যক লোকে গুণসম্পন্ন স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব। ইয়ে দেশত এক নতুন জনজাগৰণৰ সৃষ্টি কৰিব। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় এই কাৰ্যসূচী আৰম্ভ কৰিছে। স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ দ্বাৰা সকলোৰে বাবে স্বাস্থ্য সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। এই অভিযান আৰম্ভ কৰি সুখী আৰু গৌৰৱবোধ অনুভৱ কৰিছোঁ।’ এনেদৰে কয় এইচডিএফচি বেংকৰ পৰিচালন সঞ্চালক আদিত্য পুৰীয়ে।

আনহাতে এপ’ল’ হাস্পাতাল গ্রুপৰ সঞ্চালক ডাঃ প্ৰতাপ চি ৰেড্ডীয়ে কয় যে ‘এইচডিএফচি বেংকৰ সৈতে অংশীদাৰ হ’বলৈ পায় আনন্দিত হৈছোঁ। এপ’ল ২৪x৭ এ সকলো সময়তে এপ’ল’ৰ বিশ্বমানৰ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা সেৱা সমন্ধীয় পৰামৰ্শ আগবঢ়াই আহিছে। মই নিশ্চিত যে এই এছ’চিয়েছনে আমাৰ দেশৰ স্বাস্থ্য সেৱা আৰু বিত্তীয় দুয়োটা খণ্ডতে ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীৰ লক্ষ্যই হৈছে সুস্থ ভাৰত গঢ়াৰ।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd