• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে অসমৰ বৰ্তমানৰ জনজাতিসকল ধ্বংস হ’ব’; ILAIৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2020 8:38 pm
Photo-1030x642
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতাৰে সৰৱ হৈছে ইণ্ডিজেনাছ লয়াৰ্ছ এচ’ছিয়েশ্যন অৱ ইণ্ডিয়া(ILAI)ই।

সংগঠনটোৱে দাবী কৰিছে যে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে অসমৰ বৰ্তমানৰ জনজাতিসকলক ধ্বংস কৰাহে হ’ব।

Apply Now

অহা ৮ আগষ্ট ২০২০ তাৰিখে ছয় জনগোষ্ঠী জনজাতিকৰণ সংক্ৰান্তত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ মন্ত্ৰীগোটৰ এক বৈঠক হোৱাৰ কথা।

এই বৈঠকৰ পূৰ্বে ILAIৰ কৰা এই বিৰোধিতাই এক বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে, অসমৰ কোচ-ৰাজবংশী, টাই আহোম, চুতীয়া, মটক, মৰাণ আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিলেও অসমৰ তপচীলভূক্ত জনজাতিসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

বিজেপি দলে ২০১৬ চনৰ নিৰ্বাচনত অসমৰ ছয়গোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সমগ্ৰ বিষয়টোকলৈ ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে ছয় জনগোষ্ঠীসমূহৰ সংগঠনৰ নেতৃত্ববৃন্দই।

ইফালে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ বৰ্তমানৰ অনুসূচীত জনজাতিসকলক ধ্বংস নকৰিব বুলি চৰকাৰক সকিয়াই দিছে ILAI-এ।

“ছয় জনগোষ্ঠীৰ মাজত এনে কিছুমান জনগোষ্ঠী আছে যিসমূহ জনগোষ্ঠীক কোনো চৰকাৰী আৰু নৃতাত্বিক অধ্যয়নে কেতিয়াও ‘জনজাতি’ বুলি গণ্য কৰা নাই আৰু তেওঁলোকৰ জনজাতিৰ কোনো বৈশিষ্ট্যও নাই। সেয়েহে অসম চৰকাৰে অৰ্থনৈতিকভাৱে উন্নত অজনজাতীয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা উচিত নহয়। এনে কৰিলে ভাৰতত ‘জনজাতি’ৰ ধাৰণাটোকে নস্যাৎ কৰা হ’ব।” ILAIৰ সম্পাদক দিলীপ কান্তি চাকমাই কয়।

তেওঁ লগতে আৰু কয়ে যে এই জনগোষ্ঠীসমূহৰ কিছুমানক অন্যান্য পিছপৰা শ্ৰেণী(OBC) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে আৰু তেনে শ্ৰেণীৰ জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰাৰ কোনো আইনী প্ৰক্ৰিয়া নাই।

ইফালে এচ’ছিয়শ্যনে দাবী কৰিছে যে উক্ত জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে অসমৰ বৰ্তমানৰ জনজাতিসকলৰ ৰাজনৈতিক প্ৰতিনিধিত্বত প্ৰভাৱ পৰিব। যাৰ ফলত তেওঁলোক ৰাজনৈতিকভাৱে বঞ্চিত হ’ব।

অসমৰ জনজাতিসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা কৰি অহাৰ পিছতো যদি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰে তেনে ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘক দিয়া জনজাতি সম্পৰ্কীয় আশ্বাসসমূহো উলংঘা কৰা হ’ব বুলিও দাবী কৰিছে ILAI-এ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd