• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূজাৰ বতৰত ভাৰতীয় ষ্টেট বেংকৰ এক ডাঙৰ ঘোষণা : কি এই ঘোষণা ? জানিবলৈ পঢ়ক….

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2020 7:54 pm
image
82.4k
VIEWS
Share on FacebookShare on Twitter

পূজাৰ বতৰত ভাৰতীয় ষ্টেট বেংকে এক ডাঙৰ ঘোষণা কৰিছে।

এই ঘোষণা অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকে ক্ৰেডিট কাৰ্ড নহয় ডেবিট কাৰ্ডেৰে ঋণ পৰিশোধ কৰিব পাৰিব।

অৱশ্যে বেংক কৰ্তৃপক্ষই এই সুবিধা একাংশ নিৰ্বাচিত গ্ৰাহকলৈহে আগবঢ়াইছে।

বেংকে জনোৱা মতে গ্ৰাহকে অনলাইন শ্বপিং অথবা দোকানত ডেবিট কাৰ্ডৰ মাধ্যমেৰে এই সুযোগ লাভ কৰিব পাৰিব। ক্ৰয়-বিক্ৰয়ৰ দ্বাৰা সহজে গ্ৰাহকসকলে মাহেকীয়া ঋণৰ কিস্তি পৰিশোধ সহজতে কৰিব পাৰিব।

Let your Debit Card give you joy on-the-go and EMI on-the-spot!
Know more about EMIs on SBI Debit card today: https://t.co/OfXmZXXcZG#SwipeUpWithSBI #DebitCard #EMI #DebitCardEMI pic.twitter.com/P6hMaembfz

— State Bank of India (@TheOfficialSBI) October 6, 2020

ইয়াৰ পূৰ্বে এই সুবিধা কেৱল ক্ৰেডিট কাৰ্ডতহে উপলব্ধ আছিল। এতিয়া কিছু সংখ্যক গ্ৰাহকে ডেবিট কাৰ্ডটো এই সুবিধা লাভ কৰিব।

নতুন নিয়ম অনুসাৰে প্ৰি-এপ্ৰুভ গ্ৰাহকে ই-কমাৰ্ছ সংস্থা অমাজন ফ্লীপকাৰ্ট আদি বা অন্যান্য কোনো ষ্ট’ৰত কাৰ্ড শ্বোৱেইপ কৰি টিভি, ফ্ৰীজ, এচি, ৱাশ্বিং মেচিন, ফাৰ্নিচাৰ আদি ডেবিট কাৰ্ডৰ যোগেদি ইএমআইৰ দিব পাৰিব।

অৰ্থাৎ কিনাৰ সময়তে মাহিলি কিস্তিত ঋণ পৰিশোধ কৰাৰ সুবিধা কৰি দিয়া হ’ব। ইয়াৰ বাবে কমপক্ষেও ৮ হাজাৰ টকাৰ সামগ্ৰী ক্ৰয় কৰিব লাগিব গ্ৰাহকে। আৰু ৬, ৯, ১২ আৰু ১৮ মাহৰ ভিতৰত ইএমআইৰ যোগেদি ধন পৰিশোধ কৰিব লাগিব।

কিস্তিৰ সময় অনুসৰি মূলধন আৰু সুদ মিলি ইএমআইৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ’ব।

ষ্টেট বেংকে জনাইছে যে পঞ্জীয়ভুক্ত মোবাইলেৰে ৫৬৭৬৭৬ নম্বৰত DCEMI টাইপ কৰি এছএমএছ কৰি গ্ৰাহকসকলে এই সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd