• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধোনীৰ বিৰুদ্ধে কোহলীৰ ‘বিৰাট’ জয়: চেন্নাইক ৩৭ৰাণত হৰুৱালে আৰচিবিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 8:18 am
WhatsApp Image 2020-10-11 at 7.33.35 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএলৰ শনিবাৰে খেলোৱা এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে চেন্নাই ছুপাৰ কিংছক ৩৭ৰাণত পৰাজিত কৰে।

প্ৰায় একপক্ষীয় হৈ পৰা মেচখনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বৰ চেন্নাইক বিৰাট কোহলীৰ আৰচিবিয়ে অনায়াসে পৰাজিত কৰে।

Apply Now

আৰচিবিয়ে নিৰ্দ্ধাৰিত কৰি দিয়া ১৭০ৰাণৰ লক্ষ্য অনুসৰণ কৰি চেন্নাইয়ে তেওঁলোকৰ নিৰ্দ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৩২ৰাণহে কৰিবলৈ সক্ষম হয়।

এপিনে কোহলীৰ ‘বিৰাট’ বিক্ৰম আৰু আনপিনে ‘কুল’ হৈ পৰিল ধোনীৰ বেট। কোহলীয়ে অপৰাজিত ৯০ৰাণৰ ইনিংছ খেলাৰ বিপৰীতে ধোনীয়ে মাত্ৰ ১০ৰাণহে কৰিবলৈ সক্ষম হয়।

টছত জিকি প্ৰথমে বেটিং কৰিবলৈ লৈ আৰচিবিয়ে প্ৰথমতে এৰন ফিঞ্চৰ উইকেট হেৰুৱায়। দীপক চাহাৰে তেওঁক ২ৰাণতে পেভলিয়নলৈ পঠিয়ায়।

ইয়াৰ পাছতে আৰচিবিৰ ইনিংছৰ গুৰিবঠা ধৰে বিৰাট কোহলি আৰু দেবদূত পাড়িক্কলে। দেবদূতে ৩৩ৰাণ কৰে। এইবাৰে এ বি ভিলিয়াৰ্ছ ব্যৰ্থ হয় আৰু কোনো ৰাণ নকৰাকৈয়ে পেভলিয়নলৈ ওভতে।

বিৰাট কোহলীয়ে আন বেটছমেনক লৈ ইনিংছ ধৰি ৰখাৰ লগতে শেষলৈ ৯০ৰাণ কৰি অপৰাজিত হৈ থাকে। বিৰাটে খেলা ৫২টা বলৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ৪টা ছয়।

অৱশেষত নিৰ্দ্ধাৰিত ২০ অভাৰত আৰচিবিয়ে চাৰি উইকেটৰ বিনিময়ত ১৬৯ৰাণ কৰে।  চেন্নাইৰ হৈ শাৰ্দুল ঠাকুৰে দুটা উইকেট দখল কৰে।

আনহাতে, প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি বিপৰ্যয়ৰ মুখত পৰে চেন্নাই। ৱাটছনে ১৪, ডুপ্লেছিয়ে ৮ আৰু ধোনীয়ে ১০ ৰাণহে কৰিবলৈ সক্ষম হয়। আইপিএলত ৩০০টা ছয় মৰাৰ ৰেকৰ্ড গঢ়িলেও সেই অভাৰটোতে চাহালৰ বলত আউট হয়।

ইয়াৰ পাছতেই ৰায়ডুৱে ৪২ ৰাণ আৰু দলত নতুনকৈ স্থান লাভ কৰা জগদেশনে ৩৩ৰাণ কৰে যদিও সেয়া জয়ৰ বাবে পৰ্যাপ্ত নহ’ল।

এই মেচত জয়লাভ কৰি বিৰাটৰ আৰচিবি তালিকাত এটা স্থান ওপৰলৈ উঠিল যদিও ধোনীৰ চেন্নাই ছুপাৰ কিংছ বহুখিনি চাপৰ মাজত সোমাই পৰিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd