• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১লাখতকৈয়ো অধিক লোকৰ হাতত সম্পত্তিৰ কাৰ্ড তুলি দিলে মোডী চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 1:01 pm
index-1.jpgaaa-1-750x375
371
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে দেওবাৰেই স্বামিত্ব আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰায় ১লাখ লোকক সম্পত্তি কাৰ্ড তুলি দিবলৈ আগবাঢ়িছে চৰকাৰে।

দেশৰ ছয়খন ৰাজ্যৰ ১লাখ লোকক এছএমএছ লিংক প্ৰেৰণ কৰা হ’ব। এই লিংকৰ জৰিয়তে তেওঁলোকে সম্পত্তি কাৰ্ড ডাউনলোড কৰিব পাৰিব।

এই সম্পত্তি কাৰ্ডৰ জৰিয়তে ভিতৰুৱা গাঁৱসমূহলৈ পৰিৱৰ্তন আনিব বিচৰা হৈছে। প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে গ্ৰাম্য ভাৰতৰ বাবে ইয়াক এক বিশেষ পৰিৱৰ্তনৰ উদ্যোগ হিচাপে উল্লেখ কৰিছে।

এই আঁচনিৰ অধীনত বৰ্তমান উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰাখণ্ড আৰু কৰ্ণাটক এই ছয়খন  ৰাজ্যক সামৰি লোৱা হৈছে।

উত্তৰ প্ৰদেশৰ ৩৪৬খন গাওঁ, হাৰিয়ানাৰ ২২১খন গাওঁ, মহাৰাষ্ট্ৰৰ ১০০খন গাঁও, মধ্য প্ৰদেশৰ ৪৪খন, উত্তৰাখণ্ডৰ ৫০খন গাঁও আৰু কৰ্ণাটকৰ ২খন গাঁৱৰ বাসিন্দালৈ এই কাৰ্ড আগবঢ়োৱা হ’ব।

কেন্দ্ৰই জানিবলৈ দিছে যে অহা ২০২৪চনৰ ভিতৰত সমগ্ৰ দেশৰ ৬.৬২ লাখ গাঁওলৈ এই সুবিধা আগবঢ়োৱা হ’ব।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে, মহাৰাষ্ট্ৰৰ বাহিৰে আন ৰাজ্যকেইখনৰ গাঁওবাসীয়ে এদিনৰ ভিতৰতে তেওঁলোকৰ সম্পত্তিৰ কাৰ্ড পাই যাব। মহাৰাষ্ট্ৰত এই কাৰ্ড পোৱাত কিছু বিলম্ব হ’ব।

এই কাৰ্ড লাভ কৰাৰ পাছত গাঁওৰ মাটি তথা সম্পত্তিৰ মালিকী স্বত্ত্বক লৈ আৰু কোনো বেমেজালি নাথাকিব। ড্ৰোণৰ জৰিয়তে গাওঁবাসীৰ মাটি মেপিং কৰা হ’ব। জিপিএছ মেপিঙত সম্পত্তিৰ খতিয়ান প্ৰস্তুত কৰা হ’ব বুলি কোৱা হৈছে।

দেওবাৰে ১১বজাৰ পৰা এই আঁচনি আৰম্ভ হৈছে। প্ৰধান মন্ত্ৰীয়ে জানিবলৈ দিয়ে যে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যত এইটো প্ৰথম পদক্ষেপ।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd