• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোটেল ৰেডিশ্যনত গঠন হ’ল ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েশ্যন অৱ অসম

অসমত বৰ্ধিত ইভেণ্ট উদ্যোগৰ হিতৰ হৈ ওকালতি কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 7:52 pm
index.jpgl
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উদ্যোগ, প্ৰতিষ্ঠান আৰু বৃত্তিধাৰী সংস্থাৰ লগতে ইভেণ্ট আৰু অনুভাৱত্মক মাৰ্কেটিং উদ্যোগৰ হৈ কাম কৰা স্বয়ং সম্পূৰ্ণ সংস্থা ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসম (EMAA) আজি গুৱাহাটীৰ হোটেল ৰেডিশ্যনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ মুকলি এক নতুন যুগৰ আৰম্ভণিৰূপে পৰিচিত হ’ব, যিয়ে  অসমত অহা বছৰসমূহত ইভেণ্ট উদ্যোগৰ বিকাশ সাধন কৰিব।

Apply Now

আজি এছ’চিয়েছন অৱ অসমৰ এখন কমিটিও গঠন কৰা হৈছে। ইভেণ্ট মেনেজাৰ এছ’চিয়েছন অৱ অসমৰ সভাপতিৰূপে থাকিব চিষ্টেম আৰু ছাৰ্ভিছৰ মানস কুমাৰ শৰ্মা। তেওঁৰ উপৰি কমিটিখনত থাকিব অৰিয়েন্স ইভেণ্টছ চলিউশ্যন ৰ সাধাৰণ সম্পাদক চম্পক দাস, গ্ৰেণ্ড এফিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কোষাধক্ষ্য অভয় কুমাৰ বাৰজাতিয়া। ইয়াৰোপৰি কমিটিত থাকিব পৰামৰ্শদাতা, যুটীয়া সম্পাদক, আঞ্চলিক সম্পাদক, প্ৰচাৰ সম্পাদক। যিয়ে নিজ নিজ কাৰ্যৰে আগুৱাই নিব EMAAক।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ মূল উদ্দেশ্য হৈছে  অসমৰ ইভেণ্ট উদ্যোগক একত্ৰিত কৰি পিছত উত্তৰ পূৱ আৰু ৰাষ্ট্ৰীয় স্তৰলৈ কঢ়িয়াই লৈ যোৱা। এছ’চিয়েছনৰ প্ৰাথমিক কৰ্তব্যৰূপে থাকিব উদ্যোগৰ প্ৰচাৰ, ৰাজহুৱা আৰু ব্যক্তিগত নীতিৰ হকে মাত মাতা, অনুষ্ঠান আয়োজনৰ প্ৰশিক্ষণ, নেটৱৰ্ক গঢ়াৰ বাবে বিশেষ পৰামৰ্শ আৰু তথ্য বিতৰণ কৰা।

যিহেতু ইভেণ্ট মেনেজমেন্ট উদ্যোগটো অসমত বিকশিত আৰু প্ৰসাৰ লাভ কৰা, সেয়ে ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমে এইবোৰলৈ বৃত্তিগত সমৰ্থনৰ ক্ষেত্ৰত এক ক্ৰমবৰ্ধমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইভেণ্ট মেনেজমেণ্ট পেছাদাৰীসকলৰ নিৰন্তৰ বিকাশ আৰু সফলতা নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, ইভেণ্ট উদ্যোগটোৱে আমাৰ অৰ্থনীতি চলাই নিয়া আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত  ৪০ জনতকৈ অধিক সদস্য আছে আৰু অসমৰ এই খণ্ডটোত সহস্ৰাধিক লোকক কৰ্মসংস্থাপন দিয়াত অৰিহণা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd