• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘলয়ত ১২গৰাকী সচিবক নিযুক্তি কনৰাড চাংমা চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 1:01 pm
Conrad
80
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত কনৰাড চাংমা নেতৃত্বধীন  এমডিএ চৰকাৰখনে শপত গ্ৰহণ কৰাৰ তিনিদিনৰ ভিতৰতে নিযুক্তি দিছে ১২গৰাকীকৈ সচিবক।

ইতিমধ্যে নৱনিযুক্ত মুখ্যমন্ত্ৰী চাংমাই ৰাজ্যখনৰ মুখ্য সচিবক এই নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে যাৱতীয়া ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি বিজেপি বিধায়ক এছ ছুল্লেইক মেঘালয় পৰ্যটন নিগম উন্নয়ন লিমিটেড, পিডিপি বিধায়ক জেছন ছৌকমি মাওলঙক মেঘালয় চৰকাৰ নিৰ্মাণ কোম্পানী, পিডিএফৰ বিধায়ক জি মাইলিয়েমক খাদী বোৰ্ড, এনপিপিৰ ডি লামাৰেক মেঘালয় নগৰ উন্নয়ন প্ৰাধিকাৰী বিভাগৰ সচিব ৰূপে নিযুক্তি দিয়া হৈছে।

তদুপৰি আন কেইবাগৰাকীও জনপ্ৰতিনিধিক বিভিন্ন বিভাগৰ সচিব ৰূপে নিযুক্তি দিছে চাংমা নেতৃত্তাধীন চৰকাৰখনে।

উল্লেখ্য যে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাৰ পুত্ৰ কনৰাড চাংমা নেতৃত্বাধীন মৰ্চা চৰকাৰখনে যোৱা মঙলবাৰে শ্বিলঙত শপতগ্ৰহণ কৰিছিল।

তাৰ ৭২ ঘণ্টাৰ পাছতে কনৰাড চাংমাই ৰাজ্যখনত ১২গৰাকীকৈ সচিব নিযুক্তি দিবলগীয়াটো কেইবাটাও দিশৰ পৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পাহাৰীয়া ৰাজ্যখনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচনত জয় লাভ কৰা সত্ত্বেও বিজেপিৰ দুগৰাকী আৰু আন নিৰ্দলীয় বিধায়কৰ সমৰ্থনত কনৰাড চাংমা নেতৃত্বধীন এনপিপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

Recent News

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd