• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাগ্যৰ পৰিহাস! গ্লেমাৰ অতীত,পুনৰ পুৰণি ঠিকনা ষ্টেশ্যনৰ প্লেটফৰ্মলৈ ৰাণু মণ্ডল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 12:23 pm
ranu mondal
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাণু মণ্ডলক হয়তো সকলোৰে মনত  আছে। পশ্চিমবংগৰ ৰানাঘাট ষ্টেশ্যনৰ পৰা আহি বলীউদৰ হিমেশ ৰেশমিয়াৰ ষ্টুডিঅ’ত ‘তেৰি-মেৰি, মেৰি –তেৰি….কাহানি’ৰে গ্লেমাৰ জগতত প্ৰৱেশ কৰিছিল ৰাণু।

ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰা নদিয়াৰ বোগোপাড়াৰ বাসিন্দা ৰাণু মণ্ডলৰ উত্তৰণৰ কাহিনীয়ে গোটেই দেশতে চৰ্চা লাভ কৰিছিল।

Apply Now

নিশাৰ ভিতৰতে ষ্টাৰ হৈ পৰিছিল ৰানাঘাট ষ্টেশ্যনৰ সেই যাদুকৰী কণ্ঠৰ মহিলাগৰাকী।

কিন্তু মাত্ৰ কেইমাহৰ ভিতৰতে পুনৰ নিজৰ অতীত জীৱনলৈ প্ৰত্যাৱৰ্তন কৰিবলগীয়া হ’ল ৰাণু মণ্ডল আৰু ঘুৰি আহিল ৰানাঘাট ষ্টেশ্যনৰ প্লেটফৰ্মলৈ।

বাতৰি অনুসৰি, পুনৰ ৰাণু মণ্ডলে পুৰণি দিনবোৰৰ দৰেই এতিয়া দুবেলা দুসাজ যোগাৰ কৰাৰ সংগ্ৰামত নামি পৰিবলগীয়া হৈছে। পথাচাৰীৰ অনুগ্ৰহতে চলিছে এতিয়া ৰাণুৰ জীৱন।

উল্লেখ্য যে যোৱা বছৰ উক্ত ষ্টেশ্যনৰ প্লেটফৰ্মত বন্ধুসকলৰ সৈতে আড্ডা দিবলৈ যোৱা অতীন্দ্ৰ নামৰ যুৱকজনে তেওঁৰ মোবাইলত ৰাণু মণ্ডলৰ কণ্ঠত লতা মংগেশকাৰৰ ‘এক প্যাৰ কা নাগমা হ্যেয়’ গানটো ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত দিয়াৰ পাছত সেই ভিডিঅ’টো ভাইৰেল হৈ পৰে।

তাৰপাছতে আৰম্ভ হয় ৰাণু মণ্ডলৰ নতুন জীৱনৰ যাত্ৰা। একেবাৰে মুম্বাইলৈ গৈ হিমেশ ৰেশমিয়াৰ দৃষ্টি কঢ়াৰ পাছত গানৰ ৰেকৰ্ডিং, ৰিয়েলিটি শ্ব’, আৰু তাৰপাছত চেলিব্ৰেটি হোৱাৰ দিশে খোজ দিলে ফুটপাথৰ গায়িকা ৰাণু মণ্ডলে।

জীৱনৰ সোণালী ৰেখা অংকিত হ’বলৈ আগবাঢ়োতে হঠাৎ ছন্দপতন ঘটিল ৰাণুৰ। বহুতেই ইয়াৰ বাবে তেওঁৰ অহংকাৰকেই দায়ী কৰে। কিয়নো অলপ গ্লেমাৰ লাভ কৰাৰ পাছতে অনুৰাগীসকলৰ প্ৰতি বেয়া আচৰণ কৰিবলৈ আৰম্ভ কৰে ৰাণুৱে।

ছেলফি তুলিবলৈ আগবাঢ়ি অহা অনুৰাগীক ৰাণুৱে ক’লে, ‘ডোন্ট টাচ্চ’। ৰে’ল ষ্টেশ্যনৰ ভিখাৰীক দেখি ঘৃণা ওপজা বুলি ক’বলৈ ল’লে গায়িকাই।

যিসকলে তেওঁক সুযোগ দিছিল, অনুষ্ঠানসমূহলৈ আমন্ত্ৰণ কৰিছিল, তেওঁলোক লাহে লাহে আঁতৰি গ’ল। ৰাণু মণ্ডল লাহে লাহে অতীতৰ কঠিন সংগ্ৰামৰ জীৱনলৈ ঘুৰি আহিব লগা হ’ল।

গ্লেমাৰৰ ৰঙীণ জগতখনৰ পৰা কক্ষচ্যুত হৈ পৰা ৰাণু মণ্ডলৰ বৰ্তমান ঠিকনা হৈ পৰিছে পুনৰ সেই ৰানাঘাট ষ্টেশ্যনৰ প্লেটফৰ্ম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd