• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমে আত্মসমৰ্পণ, তাৰ পাছত CIDৰ হাতত গ্ৰেপ্তাৰ ৰাজ্যৰ মুখ্য সচিবৰ ভাতৃ সঞ্জীত কৃষ্ণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2020 10:09 pm
Kumar-Sanjit-Krishna-720x430

কুমাৰ সঞ্জিত কৃষ্ণ। ফটো সৌজন্য: প্ৰতিদিন টাইম।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
SI কেলেংকাৰিত জড়িত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল  ৰাজ্যৰ মুখ্য সচিবৰ ভাতৃ তথা কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক  সঞ্জীত কৃষ্ণ।
উলুবাৰিস্থিত DGP কাৰ্যালয়ত আত্মসমৰ্পণ কৰাৰ পাছত পৃথকে পৃথকে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে CID ৰ দুটা দলে জেৰা চলায়।
জেৰাৰ পাছত নিশা প্ৰায় ৮ বজাত CID য়ে গ্ৰেপ্তাৰ কৰে সঞ্জীতক।
সঞ্জীতক পোনে পোনে CID কাৰ্যালয়লৈ লৈ যোৱা হয়। কাইলৈ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ’ব সঞ্জীতক।
উল্লেখযোগ্য যে,প্ৰায় ৩৬ ঘণ্টা আত্মগোপন কৰি থকাৰ পাছত আজি দুপৰীয়া প্ৰায় ১২ বজাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত।
কালিৰে পৰা CID য়ে বিচাৰি আছিল সঞ্জীত কৃষ্ণক। কিন্তু কোনো নিৰ্দিষ্ট ঠাইত থকাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল।
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলিয়ে স্বীকাৰুক্তিত নাম লৈছিল সঞ্জীতৰ।
উল্লেখযোগ্য যে, সোমবাৰৰ পৰা CID কাৰ্যালয়ত জেৰা চলোৱা হৈছিল কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক গৰাকীক।
CID ৰ উচ্চ পদস্ত বিষয়া আৰু আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান GP সিঙে পৃথকে পৃথকে সঞ্জীতক জেৰা চলাইছিল বুলি সূত্ৰত প্ৰকাশ পাইছিল।
সঞ্জীতৰ পৰা আৰক্ষীয়ে ইতিমধ্যে দুটাকৈ মোবাইল জব্দ কৰিছে বুলি জানিব পৰা গৈছে।
কিন্তু কালি দুপৰীয়াভাগৰ পৰা CID ৰে সংযোগ বিচ্ছিন্ন হয় সঞ্জীতৰ।
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ইতিমধ্যে CID ৰ আগত অক্ষয় টেলি কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকাই স্বীকাৰুক্তি দিছে বুলি সূত্ৰত প্ৰকাশ পাইছে।
অভিযোগ অনুসৰি ৪০ লাখ টকাৰ বিনিময়ত ৰুবুলক প্ৰশ্নকাকত ফটো মাৰি লোৱাৰ অনুমতি দিছিল সঞ্জীতে। সেই ফটো দিবন ডেকালৈ WHATSAPP যোগে ৰুবুল হাজৰিকাই প্ৰেৰণ কৰিছিল বুলিও খবৰ প্ৰকাশ পাইছে।
CID য়ে  সঞ্জীত কৃষ্ণৰ হাউচ গাৰ্ড, তিনি কনিষ্টবল, দত্ত উপাধিধাৰী কৰিমগঞ্জৰ ট্ৰেফিক SI ৰ স্বীকাৰুক্তি বা জবানবন্দী সঞ্জীতৰ বিৰুদ্ধে প্ৰমাণ হিচাপে দাখিল কৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে।
উল্লেখ্য যে যোৱা ১১ অক্টোবৰত কুমাৰ সঞ্জিত কৃষ্ণক কৰিমগঞ্জৰ পৰা বৰপেটাৰ এফ আৰ আৰ অ’ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰে। সূত্ৰ অনুসৰি, সঞ্জিত কৃষ্ণক শাস্তিমূলকভাৱে এই গুৰুত্বহীন পদটোলৈ বদলি কৰা হয়।
Apply Now
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd