• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজীৱ পৰাশৰৰ গাড়ীত বিশ্বনাথৰ বিধায়কৰ কাৰ পাছ

বিধায়ক প্ৰমোদ বৰঠাকুৰক তদন্তৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
October 18, 2020 4:11 pm
IMG_20201018_15385496
251
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন বিভাগত চাকৰি দিয়াৰ  নামত দালাল ৰাজীব পৰাশৰক গ্ৰেপ্তাৰ কৰাৰ পিছত নতুন মোৰ ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি দিয়াৰ বজাৰ মেলা ৰাজীৱ পৰাশক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে যে ৰাজীৱৰ স্কৰপীঅ’ গাড়ীত আছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিধানসভাৰ কাৰ পাছ ।

এই সন্দৰ্ভত বিধায়ক প্ৰমোদ বৰঠাকুৰে অভিযুক্ত দালাল গৰাকীক চিনি নাপাই বুলি কোৱাৰ পিছত এইবাৰ সংবাদ মেলত বিস্ফোৰক  মন্তব্য প্ৰকাশ কৰিছে  অসম প্ৰদেশ কংগ্ৰেছে।

বিশ্বনাথ জিলা কংগ্ৰেছ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছৰ  মুখপাত্ৰ তথা সম্পাদক  ড° সঞ্জু বৰুৱাই   ৰাজীৱ পৰাশৰ বিশ্বনাথৰ  বিধায়ক প্ৰমোদ বৰঠাকুুৰৰ মোমাই পৰিয়ালৰ বুলি বিস্ফোৰক মন্তব্য কৰে।

যাৰ বাবে সংবাদ মেলত বিশ্বনাথৰ   বিধায়ক গৰাকীক তদন্তৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় কংগ্ৰেছৰ মুখপাত্ৰ ড° সঞ্জু বৰুৱাই।

বৰুৱাই সন্দেহ কৰে যে ৰাজীব পৰাশৰৰ লগতে বিধায়ক প্ৰমোদ বৰঠাকুৰো এই কেলেংকাৰীত জড়িত।

ইফালে বিধায়ক গৰাকীয়ে ৰাজীব পৰাশৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি কোৱা কথাষাৰ সম্পূৰ্ণ মিছা বুলি অভিযোগ তুলি কয় যে এজন বিধায়কে বিধান সভালৈ যোৱাৰ বাবে নিজৰ পৰিয়াল, আত্মীয় আৰু বন্ধুকহে দিব পাৰে ।

তেনে ক্ষেত্ৰত বিধায়ক প্ৰমোদ বৰঠাকুৰে ৰাজীব পৰাশৰক কাৰ পাছ দিয়া মানে হয় তেও পৰিয়ালৰ মানুহ, নহয় বন্ধু তথা আত্মীয় হ’ব লাগিব।

ইফালে ড° সঞ্জু বৰুৱাই অভিযোগ তুলি কয় যে  বিধায়ক প্ৰমোদ বৰঠাকুৰ বিধায়ক হোৱাৰ আগতে এজন শিক্ষক আছিল। তেনে ক্ষেত্ৰত এজন প্ৰাক্তন শিক্ষক হৈ ইমান নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ শিক্ষক সমাজক লজ্জানত কৰিছে।

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd