• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাৰ ৰাজপথলৈ হঠাতে ওলাই আহিল হাজাৰ হাজাৰ মহিলা, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 5:28 pm
a trump
344
VIEWS
Share on FacebookShare on Twitter

এশ নহয়. দুশ নহয় হাজাৰ হাজাৰ মহিলাই কঁপাই তুলিলে আমেৰিকাৰ বিভিন্ন চহৰৰ ৰাজপথ।

আমেৰিকাৰ ৱাশ্বিংটনকে ধৰি বিভিন্ন চহৰত ৰাজপথলৈ ওলাই অহা মহিলাসকলৰ এটাই লক্ষ্য ৰাষ্ট্ৰপতি নিৰ্বাচনত যিকোনো প্ৰকাৰে হ’লেও ডোনাল্ড ট্ৰাম্পত হৰুৱাবই লাগিব।

কোনো বিশেষ ৰাজনৈতিক দলৰ বেনাৰত এই মহিলাসকলে ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা নাই।

দৰাচলতে ২০১৭ চনৰ পৰাই আমেৰিকাৰ ৰাজনীতিৰ পৰা ট্ৰাম্পক বিদায় দিয়াৰ বাবে কঁকালত টঙালি বান্ধিছিল মাৰ্কিন মহিলাসকলে।

২০১৭ চনত ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাত ইতিহাসৰ সৰ্ববৃহৎ মহিলাৰ আন্দোলন হৈছিল।

ৰাষ্ট্ৰপতি হিচাবে আমেৰিকাৰ মহিলাসকলে ট্ৰাম্পক মহিলা বিৰোধী বুলিয়েই জানি আহিছে।

মহিলাৰ বাবে ট্ৰাম্পে কোনো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বুলি মাৰ্কিন মহিলাসকলে অভিযোগ কৰি আহিছে।

সেইবাবেই ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পক যিকোনো মূল্যৰ বিনিময়তে হৰুৱাবলৈ পণ লৈছে মাৰ্কিন মহিলাসকলে।

লক্ষ্যণীয় কথাটো হ’ল ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা মহিলাসকলৰ প্ৰায় সংখ্যকেই সদ্য ভোটাধিকাৰ পোৱা নৱপ্ৰজন্মৰ যুৱতী।

সেয়ে মহিলাৰ এনে প্ৰতিবাদে কঁপাই তুলিছে প্ৰৱল প্ৰতাপী বুলি ভাবি অহা ট্ৰাম্পৰো বুকু।

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd