• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক খগেন কলিতাৰ কংগ্ৰেছত যোগদান

২১ৰ নিৰ্বাচনত বিজেপিৰ অৱস্থা অগপ-জনতা দলতকৈয়ো বেয়া হ’ব : খগেন কলিতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 19, 2020 4:30 pm
khagen Kalita
469
VIEWS
Share on FacebookShare on Twitter

প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই সোমবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, অকণ বৰাকে ধৰি অন্য জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত কলিতাই দলটোত যোগদান কৰে।

কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে খগেন কলিতা।

যোগদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি কলিতাই কয় ‘আজি সমগ্ৰ দেশ আৰু ইয়াৰ জনতা কংসৰ কাৰাগাৰত বন্দী হৈছে। ভাৰতৰ গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষ চৰিত্ৰ এই সকলোবোৰ বিজেপিয়ে টানি-আজুৰি নি কংসৰ কাৰাগাৰত সোমোৱাই দিছে।‘

‘সেয়েহে দেশক ভালপোৱা প্ৰত্যেকগৰাকী লোকে কংগ্ৰেছত যোগদান কৰি কৰ্মী হোৱাটো প্ৰয়োজনীয়। মই এই অনুভৱ কৰিয়েই কংগ্ৰেছত যোগদান কৰিবলৈ আগবাঢ়ি আহিছো।‘ কলিতাই লগতে কয়।

কলিতাৰ মতে ‘২০১৬ চনত বিজেপি দল ৰাজ্যত শাসনলৈ আহিছিল যদিও তেওঁলোকৰ কৰ্ম কাণ্ড জনতা দল আৰু অগপতকৈয়ো অতি নিকৃষ্ট। কেৱল মিছা কথা প্ৰলোভনৰে তেওঁলোকে ৰাজনীতি কৰিছে।‘

‘মিছা কথাৰ ঠেং চুটি; অহা ২১ৰ নিৰ্বাচনত বিজেপি দলৰ অৱস্থা অসমৰ জনসাধাৰণে জনতা দল আৰু অগপতকৈয়ো বেছি বেয়া কৰি দিব।‘ কলিতাই লগতে কয়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে হাজোৰ পৰা দুলু আহমেদৰ পৰিৱৰ্তে খগেন কলিতাই কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

তেওঁৰ লগতে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক স্বপন কুমাৰ মণ্ডল, বিজেপি নেতা বালিৰাম বড়ো, বিজেপি নেতা সুজিত কুমাৰ দাসসহ মুঠ ৫২ জন লোকে আজি কংগ্ৰেছত যোগদান কৰে।

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd