• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাকাণ্ড : এজনক মৃত্যুদণ্ড, ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড নিম্ন আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2020 3:53 pm
Deben-Dutta-650x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেবেন দত্তৰ লোমহৰ্ষক হত্যাকাণ্ডৰ আজি ৰায় প্ৰদান কৰিছে যোৰহাট জিলা চেছন আদালতে।

আদালতে হত্যাকাণ্ডত জড়িত এজনক মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ লগতে আন ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।

Apply Now

যোৱা ১৩ অক্টোবৰত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰেৱতী ফুকনে ২৫ গৰাকী চাহ বাগিচাৰ শ্ৰমিকক ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২/১৪৯, ৩৪২/১৪৯, ৩৫৩/১৪৮, ৩৫৩/১৪৯ৰ অধীনত ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত দোষী সাবস্ত্য কৰিছিল।

আদালতে দোষী সাবস্ত্য কৰা এই ২৫ জনৰ মাজৰ সঞ্জয় ৰাজুৱাৰক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছে।

আনহাতে আদালতে অন্য ২৪ জন শ্ৰমিক ক্ৰমে সঞ্জীৱ ৰাজুৱাৰ, সুৰেশ ৰাজুৱাৰ, অজয় মাঝি, উপেন্দ্ৰ ভূমিজ, ৰাতুল ৰাজুৱাৰ, বাবলু ৰাজুৱাৰ, অণিল মাঝি, বিজয় ৰাজুৱাৰ, বলীন ৰাজুৱাৰ, দীপক ৰাজুৱাৰ, মিলন ৰাজুৱাৰ, ৰিংকু মাঝি, মিছিলাল মাঝি, শিৱাচৰণ মাহালী, দেবেশ্বৰ ৰাজুৱাৰ, কাৰ্তিক ভূমিজ, সঞ্জয় ৰাজুৱাৰ, কালীচৰণ মাহালী, ৰামেশ্বৰ ভূমিজ, শিৱা মাহালী, ৰাহুল ৰাজুৱাৰ, কালানাগ মাঝি, মনোজ মাঝি আৰু ৰিংকু বক্তিক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।

উল্লেখ্য যে যোৱা বছৰৰ ৩১ আগষ্টত যোৰহাটৰ টীয়ক চাহ বাগিচাত চুৰ্মা মাঝি নামৰ এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পিছত বাগিচাখনৰ চিকিৎসক ডাঃ দেবেন দত্ত(৭৩)ক বাগিচাখনৰ চিকৎসালয়ত আৱদ্ধ কৰি একাংশ উত্তেজিত শ্ৰমিকে গণপ্ৰহাৰ কৰিছিল।

আহত চিকিৎসক ডাঃ দেবেন দত্তক আৰক্ষীয়ে উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়াৰ পথতে মৃত্যু ঘটিছিল।

এই হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে ৩২ জন শ্ৰমিকক গ্ৰেপ্তাৰ কৰি যোৱা বছৰৰ ২৪ ছেপ্টেম্বৰত যোৰহাট ন্যায়িক দণ্ডাধীশৰ ওচৰত চাৰ্জশ্বিট দাখিল কৰিছিল। এটা বছৰৰ ভিতৰতে এই হত্যাকাণ্ডৰ গোচৰ ৰায়দান কৰে যোৰহাট সত্ৰ আদালতে।

আদালতৰ এই ৰায়দানৰ পিছতে পদকীয়া পক্ষৰ অধিবক্তা অনুপ দত্তই এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ কথা প্ৰকাশ কৰিছে।

“ৰায়দানৰ কপি পোৱাৰ পিছতে তেওঁলোকে(পদকীয়া) উচ্চ ন্যায়ালয়ত নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰিব।” অধিবক্তা দত্তই সংবাদ মাধ্যমৰ আগত কয়।

ইফালে এই ৰায়দানৰ পিছতে মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই গণ আক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰক ৰাজ্যিক ভিত্তিত এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd