• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীৰ উদ্যোগত আজি ‘আৰক্ষী স্মৃতি দিৱস’ উদযাপন কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2020 8:20 pm
Untitled
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ বৰ্ষৰ ১ ছেপ্তেম্বৰৰ পৰা চলিত বছৰৰ ৩১ আগষ্ট পৰ্যন্ত কৰ্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া দেশৰ ৰাজ্যসমূহৰ আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ মুঠ ২৬৪ গৰাকী ছহিদৰ পৱিত্ৰ সোঁৱৱণত আজি সমগ্ৰ দেশৰ লগতে অসম আৰক্ষীৰ উদ্যোগতো “স্মৃতি দিৱস” পালন কৰা হয়।

কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্ৰীয়ভাৱে আয়োজিত এই “স্মৃতি দিৱস”ত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই “শ্বহীদ স্মৃতিসৌধ”ত পুষ্পাঞ্জলি অৰ্পণ কৰি বীৰ শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই বীৰ শ্বহীদ সকলৰ প্রতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।

Apply Now

তেঁও কয় যে বিগত দিনবোৰত সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত অসম আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে আৰু ৰাজ্যখনৰ স্বাৰ্থত অসম আৰক্ষীৰ বহু বিষয়া আৰু জোৱানে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰাৰ লগতে বহুতে নিজৰ প্রাণ পৰ্যন্ত বিসৰ্জন দিছে।

ভাষণ প্রসংগত সঞ্চালক প্রধান গৰাকীয়ে কয় যে আগন্তুক দহ দিনৰ ভিতৰত ৰাজ্যখনৰ ৮০০ তকৈও অধিক ছহিদৰ ঘৰলৈ গৈ তেঁওলোকৰ পৰিয়ালৰ সদস্যসকলৰ খা-খবৰ লোৱাৰ লগতে সন্মান যঁচা হ’ব। তদুপৰি, এই সময়ছোৱাত সৰু-সৰু ল’ৰা-ছোৱালীৰ মাজত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰাৰ লগতে ৰাইজৰ লগত বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলিও উল্লেখ কৰে।

সঞ্চালক প্রধান মহত্তই অসমৰ একমাত্ৰ ‘কীৰ্তিচক্ৰ’পদক গ্রাণ্ড বীৰ শ্বহীদ লোহিত সোণোৱালৰ স্মৃতিত কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত থকা প্রাথমিক বিদ্যালয়খন ছহিদ গৰাকীৰ নামেৰে নামকৰণ কৰা হ’ব বুলিও উল্লেখ কৰে।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষুণু বৰুৱা, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধানসকল ক্ৰমে ওৱাই কে গৌতম, জি পি সিং আৰু এচ এন সিং, মহানগৰ আৰক্ষী আয়ুক্ত এম পি গুপ্তাকে ধৰি আৰক্ষীৰ অন্যান্য শীৰ্ষ বিষয়াসকলো উপস্থিত থকা এই অনুষ্ঠানত দেশৰ ২৬৪ গৰাকী শ্বহীদৰ নামসমূহ পাঠ কৰি দিয়া হয়।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১ ছেপ্তেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩১ আগষ্টৰ ভিতৰত কৰ্তব্যৰত অৱস্থাত নিহত হোৱা ছহিদসকলৰ ভিতৰত আছে অন্ধ্ৰপ্রদেশৰ ৩ গৰাকী, অৰুণাচল প্রদেশৰ ২ গৰাকী, বিহাৰৰ ৯ গৰাকী, ছত্তিশগড়ৰ ২৫ গৰাকী, হাৰিয়ানাৰ ২ গৰাকী, জন্মু-কাশ্মীৰৰ ১২ গৰাকী, বাৰখণ্ডৰ ৮ গৰাকী, কৰ্ণাটকৰ ১৭ গৰাকী, মধ্য প্রদেশৰ ৭ গৰাকী, মহাৰাষ্ট্ৰৰ ৫ গৰাকী, মণিপুৰৰ ২ গৰাকী, ৰাজস্থানৰ ২ গৰাকী, পঞ্জাৱৰ ২ গৰাকী, ত্ৰিপুৰাৰ ২ গৰাকী, উত্তৰ প্রদেশৰ ৯ গৰাকী, উত্তৰাখণ্ডৰ ৬ গৰাকী, পশ্চিমবংগৰ ১১ গৰাকী, তামিলনাডুৰ ৩ গৰাকী, দিল্লীৰ ১১ গৰাকী, আন্দামান নিকোবৰৰ ২ গৰাকী, আছাম ৰাইফলছৰ ৩ গৰাকী, বি এছ এফৰ ২৫ গৰাকী, চি আই এছ এফৰ ৭ গৰাকী, চি আৰ পি এফৰ ২৯ গৰাকী, আই টি বি পিৰ ১৮ গৰাকী, এছ এছ বিৰ ১৫ গৰাকী, ফায়াৰ চাৰ্ভিচ আৰু অসামৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী বাহিনীৰ ৪ গৰাকী, আৰ পি এফৰ ১৪ গৰাকী আৰু এম এইচ এৰ ৯ গৰাকী৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd