• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৎসৱৰ বতৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লৰ ব্যৱস্থা; কোভিড প্ৰট’কল মানি কৰিব লাগিব যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2020 6:45 pm
306
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱে আগন্তুক দূৰ্গা পুজাৰ বাবে ১০ খন বিশেষ ৰে’ল চলোৱাৰ কথা পূৰ্বে ঘোষণা কৰাৰ উপৰিও বৰ্তমান আৰু দুখন বিশেষ ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে।

এই ৰে’ল দুখনে সপ্তাহত এদিনকৈ চলাচল কৰিব আৰু ২৮ নৱেম্বৰলৈ ইয়াৰ সেৱা অব্যাহত থাকিব।

নতুনকৈ চলাচল কৰিবলগীয়া উৎসৱ বিশেষ ৰে’ল দুখন হৈছে ক্ৰমে ০৪০৮৩/০৪০৮৪ কাটিহাৰ-দিল্লী স্পেচিয়েল আৰু ০১৬৬৫/০১৬৬৬ আগৰতলা-হবিগঞ্জ স্পেচিয়েল।

দিল্লী-কাটিহাৰ স্পেচিয়েল ৰে’লখন ২৩ অক্টোৱৰৰ পৰা সপ্তাহৰ প্ৰত্যোক শুকুৰবাৰে ২৩.০০ বজাত দিল্লীৰ পৰা ৰাওনা হ’ব আৰু পাছদিনা ২২.০০ বজাত কাটিহাৰত উপস্থিত হ’ব।

আনহাতে, ওভতনি যাত্ৰা যাত্ৰা হিচাপে কাটিহাৰ-দিল্লী বিশেষ ৰে’লখনে ২৪ অক্টোবৰৰ পৰা প্ৰত্যেক শনিবাৰে ২৩.৫০ বজাত কাটিহাৰ এৰিব আৰু পাছদিনা ২২.৫০ বজাত দিল্লীত উপস্থিত হ’ব।

ইপিনে, হাবিগঞ্জ-আগৰতলা বিশেষ ৰে’লখনে ২৮ অক্টোবৰৰ পৰা প্ৰতি বুধবাৰে ১৭.০০ বজাত হাবিগঞ্জৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰতি শুকুৰবাৰে ২১.৩০ বজাত আগৰতলাত উপস্থিত হ’ব।

উভতনি যাত্ৰা হিচাপে ৰে’লখনে সপ্তাহৰ প্ৰত্যেক শনিবাৰে ১৪.০০ বজাত আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰি সোমবাৰে ১৭.১০ বজাত হবিগঞ্জ ষ্টেচনত উপস্থিত হ’ব।

উল্লেখযোগ্য যে, এই ৰে’ল সমূহত কোনোধৰণৰ অসংৰক্ষিত ডবা নাথাকে। যাত্ৰীসকলে নিজা নিজা মোবাইলত আৰোগ্য সেতু এপ ডাউনলোড কৰিব লাগিব আৰু ষ্টেচন চৌহদ আৰু ৰে’লত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd