• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী প্ৰতিশ্ৰুতি; ভাৰততে নহয়, আমেৰিকাতো বিনামূলীয়া কৰ’না ভেকচিনৰ ৰাজনীতি!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 24, 2020 12:18 pm
WhatsApp-Image-2020-07-10-at-1.14.08-PM-700x375

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেম'ক্ৰেট প্ৰাৰ্থী জো বিডেন।

2.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত বিজেপিয়ে বিহাৰৰ নিৰ্বাচনী ইস্তাহাৰত জনসাধাৰণক বিনামূলীয়াকৈ কৰ’না ভেকচিন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ বিষয়টোৱে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কৰ’নাৰ ভেকচিন বজাৰলৈ অহাটো নিশ্চিত হোৱাৰ পূৰ্বেই এইদৰে বিনামূলীয়া ভেকচিন দিয়াৰ ৰাজনীতি আৰম্ভ কৰাক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰতো কৰ’না ভাইৰাছৰ প্ৰসংগই গুৰুত্ব লাভ কৰা দেখা গৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে চূড়ান্ত মুখামুখি বিতৰ্কৰ পাছতেই কৰ’না ভাইৰাছ মোকাবিলাৰ ক্ষেত্ৰত নিজৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰিছে ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনে।

শুকুৰবাৰে জো বিডেনে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লে তেওঁ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিব আৰু প্ৰত্যেককে বিনামূলীয়াকৈ কৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান কৰিব।

কৰ’না মোকাবিলাৰ পৰিকল্পনাৰ কথা দাঙি ধৰি বিডেনে কয় যে এটা সুৰক্ষিত তথা কাৰ্যকৰী ভেকচিন প্ৰস্তুত হ’লেই সেয়া প্ৰত্যেককে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

অৱশ্যে, আমেৰিকানসকলৰ বাবে ভেকচিন বিস্তৃতভাৱে সুলভ হৈ উঠালৈ এতিয়াও বহু কেইমাহ বাকী আছে বুলিও তেওঁ কয়।

বিডেনে লগতে কয় যে সকলো আমেৰিকানৰ বাবে যথেষ্ট পিপিই কিট আৰু জৰুৰী আহিলা-পাতি সৰবৰাহৰ পৰিকল্পনাও তেওঁৰ আছে।

অহা ৩ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিৰ্বাচনৰ শেষ পৰ্যায়ৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ বিতৰ্ক অনুষ্ঠিত হৈ যায়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd