• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্গা পূজা কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত মৃত্যু পুৰোহিতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2020 1:27 pm
Accident-1140x570

দুৰ্ঘটনাস্থলীৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও।

624
VIEWS
Share on FacebookShare on Twitter

মহা অষ্টমীৰ পূজা সমাপ্ত কৰি দুৰ্গা পূজাৰ পেণ্ডেলৰ পৰা চাইকেলেৰে ঘৰলৈ উভতি আহি থাকোতে শনিবাৰে ত্ৰিপুৰাত এক পথ দুৰ্ঘটনাত এগৰাকী পুৰোহিতৰ মৃত্যু হয়।

পথ দুৰ্ঘটনাত মৃত্যু হোৱা পুৰোহিতগৰাকীক জীৱন চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা হয়।

ছেপাহিজালা জিলাৰ ছোনামূৰা মহকুমাৰ অন্তৰ্গত ঢালিৰাইত দুৰ্ঘটনাটো সংঘটিত হয়। এখন গাড়ীয়ে আহি তেওঁৰ চাইকেলত খুন্দা মৰাৰ ফলতে পুৰোহিতগৰাকীৰ মৃত্যু হয়।

চক্ৰৱৰ্তীয়ে স্থানীয় এখন পুজা মণ্ডপৰ পুৰোহিত আছিল।

‘’মহা অষ্টমীৰ পূজা সমাপ্ত কৰি চাইকেলেৰে ঘৰলৈ উভতি আহি থকা অৱস্থাত এখন তীব্ৰ বেগী বাহনে খুন্দিওৱাত তেওঁ চাইকেলৰ পৰা ছিটিকি পৰে। দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হয়,’’-সূত্ৰসমূহে কয়।

সূত্ৰসমূহে জানিব দিয়া মতে,’’গুৰুতৰভাৱে আহত পুৰোহিতগৰাকীক ততাতয়াকৈ ছোনামূৰা মহকুমা হাস্পাতললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।‘’

পুৰোহিতগৰাকীৰ মৃত্যুত স্থানীয় অঞ্চলটোত শোকৰ ছাঁ পৰে।

Recent News

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd