• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ ছবছৰীয়া অৰুজ্জ্বলে দিয়াচলাই কাঠিৰে সাজিলে ক্ষুদ্ৰাকৃতিৰ ৰাৱণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2020 11:55 am
a boy
6.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ বাবে এইবাৰ সমগ্ৰ দেশ জুৰি দুৰ্গা পূজাৰ মাদকতা ম্লান পৰিছে।

ক’ৰ’ণাৰ ভয়তে বহুতেই পূজা চাবলৈ ঘৰৰ বাহিৰ হোৱা নাই।

দুৰ্গা পূজাৰ এক অবিচ্ছেদ্য অংগ হৈছে ৰাৱণ দাহন।

ক’ৰ’ণাতংকৰ বাবে ঘৰৰ বাহিৰলৈ যাব নোৱাৰা অসমৰ এটি ছবছৰীয়া শিশুৱে ঘৰতে থাকি ৰাৱণ দাহনৰ অভিজ্ঞতা লভিলে।

শিশুটিৰ নাম অৰুজ্জ্বল ভাৱাৰ্নভ। অৰুজ্জ্বলে ঘৰতে দিয়াচলাইৰ কাঠিৰে সাজি উলিয়ালে এটা ক্ষুদ্ৰাকৃতিৰ ৰাৱণ।

Rhyme's mini Ravan Dahan🔥 pic.twitter.com/EjNlzvrXhK

— Minti Rani Das (@DasMinti) October 25, 2020

সেই ক্ষুদ্ৰাকৃতিৰ ৰাৱণকেই ঘৰৰ আটাইৰে সৈতে মিলি অৰুজ্জ্বলে দাহ কৰিলে।

ছবছৰীয়া শিশুটিৰ এনে সৃষ্টিশীল চিন্তাক বহুতে প্ৰশংসা কৰা দেখা গৈছে।

শিশুটিৰ মাক মিণ্টি ৰাণী দাসে প্ৰকাশ কৰা মতে অৰুজ্জ্বলৰ নিজাকৈ  এটা ইউটিউব চেনেলো আছে।

পুত্ৰই ৰাৱণ দাহৰ কথা কৈ থকাত তেওঁক ঘৰতে এটা ৰাৱণ তৈয়াৰ কৰাৰ কথা কোৱা হ’ল।

সেইমতে শিশুটিয়ে দিয়াচলাই কাঠিৰে ক্ষুদ্ৰাকৃতিৰ ৰাৱণ সাজি উলিয়ায়।

মিণ্টিৰাণী দাসে পুত্ৰই সাজি উলিওৱা ক্ষুদ্ৰাকৃতিৰ ৰাৱণ দাহনৰ ভিডিঅ’ও টুইটাৰত প্ৰকাশ কৰিছে।ভিডিঅ’টো চাই বহুতে অৰুজ্জ্বলৰ সৃষ্টিশীলতাৰ শলাগ লৈছে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd