• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ববাসীলৈ সুখবৰ!: নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা ব্রিটেইনৰ চিকিৎসালয়ত আৰম্ভ কৰা হ’ব কোভিড ভেকচিন!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2020 2:55 pm
index
228
VIEWS
Share on FacebookShare on Twitter

অহা নৱেম্বৰ মাহৰ পৰা ব্ৰিটেইনৰ এখন হাস্পতালত অক্সফোৰ্ডৰ কোভিড ভেকচিন কোভিডশ্বীল্ডেৰে প্ৰথম বেটছ্ ক’ৰ’ণা ৰোগীক চিকিৎসা প্ৰদান কৰা হ’ব।

সোমবাৰে ব্ৰিটেইনৰ দ্য চান নামৰ সংবাদ পত্ৰখনে এই বাতৰি প্ৰকাশ কৰি কৈছে যে ব্ৰিটেইনৰ লণ্ডন হাস্পতালে এই উদ্যোগ লৈছে।

সংবাদ পত্ৰখনৰ বাতৰিত কোৱা হৈছে যে নৱেম্বৰৰ দ্বিতীয়টো সপ্তাহৰ পৰা এই ভেকচিনটোৰে চিকিৎসা আৰম্ভ কৰিবলৈ চিকিৎসালয়খনে প্ৰস্তুতি চলাইছে।

উল্লেখ্য যে, ইতমিধ্যে অক্সফোৰ্ডে প্ৰস্তুত কৰা এই ভেকচনিটো আষ্ট্ৰাজেনেকাৰৰ সৈতে বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই বাণিজ্যিক উৎপাদনৰ বাবে চুক্তিৱদ্ধ হৈছে।

ইফালে সোমবাৰে ফাইন্সিয়েল টাইমছ-এ আষ্ট্ৰাজেনেকাৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে ভেকচিনটোৱে মানৱ শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুত গতিত বৃদ্ধি কৰিব পাৰিছে।

সমগ্ৰ বিশ্বতে ১.১৫ মিলিয়ন লোকৰো অধিক লোকৰ জীৱন কাঢ়ি নিয়া এই ক’ৰ’ণা ভাইৰাছক প্ৰতিৰোধ কৰিব পাৰিলে এই ভেকচনিটোৱে সমগ্ৰ বিশ্বৰ বাবে এটা মাইলৰ খুঁটি হৈ ৰ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে ইতিমধ্যে ভেকচিনটো বিশ্বৰ বিভিন্ন দেশত মানৱ শৰীৰত পৰীক্ষণ চলাই থকা হৈছে।

এই পৰীক্ষণকালীন অৱস্থাত ভেকচনিটোৱে ব্ৰিটেইনৰ এজন স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ব্ৰাজিলৰ এজন স্বেচ্ছাসেৱকৰ মৃত্যু হোৱাৰ খবৰো সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

অৱশ্যে এই আষ্ট্ৰহাজেনেকাৰে ব্ৰাজিলৰ স্বেচ্ছাসেৱকজনৰ শৰীৰত কোভিডশ্বীল্ড ভেকচিন প্ৰয়োগ কৰা হোৱা নাছিল বুলি স্পষ্টীকৰণ দিছিল।

স্মৰ্তব্য যে, বিশ্বৰ বিভিন্ন দেশত বৰ্তমান তৃতীয় তথা অন্তিম পৰ্যায়ৰ মানৱ শৰীৰত পৰীক্ষণ চলি থকা ভেকচিনটোৰ শেষ পৰ্যায়ৰ পৰীক্ষণৰ ৰিপোৰ্ট আহিবলৈ বাকী থাকিলেও পৰীক্ষণ সুকলমে হৈ আছে বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। আৰু ধাৰণা কৰা হৈছে যে চলিত মাহত অথবা অহা মাহৰ প্ৰথমটো সপ্তাহতে সকলোবোৰ পৰীক্ষণৰ ৰিপোৰ্ট লাভ কৰিব।

Recent News

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd