• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯’ৰ প্ৰট’কল মানি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যৰ পৰ্যটকৰ সমাগম

উত্তম শইকীয়া by উত্তম শইকীয়া
October 27, 2020 9:05 am
IMG-20201021-WA0026~3

কাজিৰঙাত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো: নর্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯’ৰ ভয়াবহ সংক্ৰমণৰ মাজতেই সামৰণি পৰিল শাৰদীয় দুৰ্গা পূজাৰ ৷ কোভিড-১৯’ৰ ভয়াবহতা আৰু দীৰ্ঘদিনীয়া লকডাউনে মানুহৰ মনত পেলোৱা প্ৰভাৱৰ অন্ত পেলাই অকনমান মানসিক প্ৰশান্তি বিচাৰি এতিয়া কাজিৰঙালৈ আহিছে দেশীয় পৰ্যটক ৷

দুৰ্গা পূজাৰ চাৰিওটা দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৮০০ জন পৰ্যটকে পৰিদৰ্শন কৰিলে কাজিৰঙা ৷

Apply Now

ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত ৫০০ খনতকৈও অধিক জীপছীত ১৮০০ পৰ্যটকৰ প্ৰৱেশ কৰাৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

যাৰ বাবে ২০২০-২১ পৰ্যটন বৰ্ষৰ আৰম্ভণিতে পৰ্যটকৰ সন্তোষজনক উপস্থিতি দেখিবলৈ পোৱা গৈছে ৷ পূজাৰ অৱসৰৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে ভিৰ কৰিছেহি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰ্যটকে।

কোভিড ১৯’ৰ সংক্ৰমণ প্ৰতিৰোধৰ বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰণ কৰি এই সকল পৰ্যটকে প্ৰৱেশ কৰিছে কাজিৰঙাত।

কোভিড-১৯ সংক্ৰমণৰ পটভুমিত কাজিৰঙাত বহি:ৰাজ্য আৰু বিদেশী পৰ্যটকৰ উপস্থিতি সীমিত যদিও স্থানীয় পৰ্যটকৰ উপস্থিতি আশাব্যঞ্জক বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷ যাৰ বাবে কাজিৰঙাৰ পৰ্যটন নিৱাস আৰু অতিথিশালাবোৰো ব্যস্ত হৈ পৰিছে ৷

কোভিড-১৯ ৰ সংক্ৰমণে মষিমূৰ কৰি দিয়া অৰ্থনীতি যেন পুনৰ প্ৰাণ পাই উঠিছে ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু স্থানীয় পৰ্যটন নিৱাস আৰু অতিথিশালাবোৰে পৰ্যটকৰ বাবে আৰোপ কৰা কোভিড প্ৰট’কলত সঁহাৰিও জনাইছে সকলোৱে ৷

উদ্যানত প্ৰৱেশৰ প্ৰাকক্ষনত প্ৰতিখন বাহন ছেনিটাইজড কৰা, প্ৰতিজন পৰ্যটকৰ শৰীৰৰ উত্তাপ পৰীক্ষণ কৰা আৰু ১০ বছৰৰ তলৰ আৰু ৬০ বছৰৰ উৰ্ধৰ লোকক উদ্যানত প্ৰৱেশত বাধা আৰোপ কৰিছে কৰ্তৃপক্ষই ৷

ইয়াৰ মাজতে কোভিড প্ৰট’কলৰ বাবে একাংশ পৰ্যটকে ১০ বছৰৰ তলৰ সন্তানক উদ্যান দৰ্শনৰ বাবে নিব নোৱাৰাত দুখো প্ৰকাশ কৰিছে ৷

ইপিনে, অহা ১ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰীও আৰম্ভ কৰা হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd