• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্তানৰ লালনৰ বাবে অবিবাহিত চৰকাৰী পুৰুষ চাকৰিয়ালেও লাভ কৰিব ছুটি! : পিছে কেনেকৈ? জানিবলৈ পঢ়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2020 10:32 am
jitendra-singh-pti
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা সন্তান লালনৰ বাবে অবিবাহিত চৰকাৰী পুৰুষ চাকৰিয়ালেও ছুটি লাভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই ঘোষণা কৰিছে।

মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰি কয় যে এই সম্পৰ্কীয় বিলখন ২০১৮ চনতে গৃহীত কৰা হৈছিল যদিও ইয়াৰ সম্পৰ্কে বৰ বিশেষ অৱগত নহয় দেশৰ জনতা।

Apply Now

এই সম্পৰ্কে কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে—

১. শিশুৰ যতন ল’বলৈ সাধাৰণতে মহিলা কৰ্মচাৰীৰ বাবে ছুটি প্ৰদান কৰা হয়। কিন্তু ইয়াৰ জৰিয়তে সন্তানৰ বয়স ১৮ বছৰ হোৱাৰ পূৰ্বে এজন পুৰুষ কৰ্মচাৰীয়ে নিজৰ সুবিধা অনুযায়ী সৰ্বাধিক দুবছৰৰ ছুটি লাভ কৰিব।

২. দৰমহাসহ এই ছুটি লাভ কৰিব চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে।

৩. কিন্তু এটা বছৰতে তৃতীয়বাৰ বাবে এই ছুটি ল’ব নোৱাৰিব পুৰুষ কৰ্মচাৰীয়ে।

৪. ২০১৮ চনতেই পাছ হোৱা এই নিয়ম কেৱল অকলশৰীয়া চৰকাৰী পুৰুষ কৰ্মচাৰীৰ বাবেহে চৰকাৰে প্ৰৱৰ্তন কৰিছে। মন্ত্ৰী গৰাকীৰ মতে এই সম্পৰ্কে চৰ্চাহে হোৱা নাই।

৫. ৭৩০ দিনৰ ছুটিৰ প্ৰথম ৩৬৫ দিনৰ ছুটিত কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা লাভ কৰিব। বাকী ৩৬৫ দিনৰ ছুটিত ছুটি লোৱা কৰ্মচাৰীজনে লাভ কৰিব ৮০ শতাংশ দৰমহা।

৬. বিপত্নীক, ডিৰ্ভোছী আৰু অবিবাহিত চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে লাভ কৰিব এই ছুটি।

৭. শিশুৰ যতনৰ বাবে ছুটি বিচাৰি পুৰুষ কৰ্মচাৰীজনে বিভাগীয় উদ্ধৰ্তন কৰ্তৃপক্ষৰ পৰা অনুমোদন কৰোৱাই আনিব লাগিব বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

৮. এই ছুটিত থাকিলেও কৰ্মচাৰীয়ে লিভ ট্ৰেভেল কনচেশ্যন(LTC) লাভ কৰিব।

৯. যদি সন্তানটো বিশেষভাৱে সক্ষম হয়, তেনে ক্ষেত্ৰত পুৰুষ কৰ্মচাৰী তথা অভিভাৱকজনে এই ছুটি সন্তানৰ বয়স ২২ বছৰ হোৱালৈকে লাভ কৰিব পাৰিব।

১০. কৰ্মচাৰীসকলৰ জীৱনটো যাপন কৰিবলৈ সহজসাধ্য কৰি তোলাৰ লক্ষ্যৰে এই নিয়ম প্ৰৱৰ্তন কৰা বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd