• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ নৱনিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোঁ‌ৱৰক গৃহ সমষ্টিত বিপুল সম্বৰ্ধনা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 27, 2020 6:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰীড়া ক্ষেত্ৰখনক ৰাজনীতিৰ উৰ্ধ্বত ৰাখি আগুৱাই নিয়াৰ দ্বায়িত্ব আমাৰ সকলোৰে। এই মন্তব্য ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ নৱনিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰৰ।

মাৰ্ঘেৰিটা খণ্ড উন্নয়ন সভাকক্ষত সোমবাৰে অনুষ্ঠিত এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি কোঁৱৰে নিজ বক্তব্যত ক্ৰীড়াক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ক্ৰীড়াক্ষেত্ৰখন আগুৱাই নিবলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

Apply Now

বিশিষ্ট সমাজসেৱক কৃষ্ণ কুমাৰ শইকীয়াৰ সভাপতিত্যত অনুষ্ঠিত সভাখনত মাৰ্ঘেৰিটা বক্সিং এছ’চিয়েছন, তিনিচুকীয়া জিলা বক্সিং সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, জ্ঞানোদয় বিদ্যালয় বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আদিকে ধৰি প্ৰায় চাৰিকুৰি সামাজিক দল-সংগঠনে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নৱনিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক গামোছা, সম্বৰ্ধনা পত্ৰ, শৰাই আদিৰে সম্বৰ্ধনা জনায়।

সভাখনত অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক অতুল বৰা, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, সাংবাদিক ৰবীন মৰাণ, সমাজসেৱক ৰবীন্দ্ৰনাথ দত্ত আদিয়ে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি বক্তব্য ডাঙি ধৰে।

বক্তাসকলে লক্ষ্য কোঁ‌ৱৰে ক্ৰীড়া ক্ষেত্ৰখনত দায়িত্ব লোৱাৰ পাছত ৰাজ্যৰ ক্ৰীড়ালৈ চকুতলগা পৰিবৰ্তন আহিছে বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে, ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ ৫গৰাকী উপ-সভাপতিৰ ভিতৰত লক্ষ্য কোঁৱৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত  হৈছে।

যোৱা ২০ অক্টোবৰত দিল্লীৰ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ কাৰ্যালয়ত নিজৰ দক্ষতা অনুযায়ী ব্যক্তিগত শ্ৰেষ্ঠতাৰে ফেডাৰেশ্যনৰ হ’ব লগীয়া কাৰ্যনিৰ্বাহকখনৰ উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে।

ইতিমধ্যে  ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল মতে ৫গৰাকী উপ-সভাপতিৰ ভিতৰত লক্ষ্য কোঁৱৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা খবৰে অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

উত্তৰ-পূবৰ ভিতৰত ফেডাৰেচনত এনেকুৱা পদ লাভ কৰা একমাত্ৰ ব্যক্তি হিচাপে পৰিগণিত হয় লক্ষ্য কোঁৱৰ।

লক্ষ্য কোঁৱৰলৈ অসম এথলেটিকছ সন্থাৰ লগতে অসমৰ ক্ৰীড়াবিদ তথা অসমৰ ক্ৰীড়া প্ৰেমীসকলে অভিনন্দন জনাইছে।

উল্লেখ্য যে লক্ষ্য কোঁৱৰ অসম অলিম্পিক সন্থাৰ সম্পাদকৰ পদটোত বৰ্তমানো অধিষ্ঠিত হৈ আছে।

আজিৰ সভাত আছা নেতা ৰামানুজ লাক্ৰা, গোৰ্খো ছাত্ৰ সন্থাৰ নেতা সন্তোষ ছেত্ৰী, ৰাষ্ট্ৰীয় শৰীৰ্চৰ্চাবিদ প্ৰিয়া দেৱনাথ, সাংবাদিক ফাইজুৰ ৰহমান, মানস প্ৰতিম গগৈ, তপন দে, শ্যামল নেওগ, সমীৰণ বৰঠাকুৰ, শৰৎ গগৈ, সোনাৰাম কলিতা, অদিত গগৈ আদি বহু বিশিষ্ট  ব্যক্তি তথা সাংবাদিকক উদ্যোক্তাসকলে ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd